ETV Bharat / bharat

IED recovered in Srinagar: নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবেই প্ৰাণৰক্ষা পৰিল শ্ৰীনগৰবাসীৰ

author img

By

Published : Sep 7, 2022, 9:59 AM IST

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মঙলবাৰে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে এটা শক্তিশালী IED (IED was found in Srinagar's Khonmoh area) । ৩০ৰ পৰা ৩৫ কেজি ওজনৰ IED টো নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰি উক্ত স্থানতে নিষ্ক্ৰিয় কৰে ৷

J&K: Massive IED recovered in Srinagar
নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবেই প্ৰাণ ৰক্ষা পৰিল শ্ৰীনগৰবাসীৰ

নেশ্যনেল ডেস্ক, 7 ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত বোমাতংক ৷ মঙলবাৰে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে মধ্য কাশ্মীৰৰ শ্ৰীনগৰ জিলাৰ খোনমোহ অঞ্চলৰ পৰা উদ্ধাৰ কৰে এটা আই ই ডি (IED recovered in Khonmoh of middle Kashmir) । উল্লেখ্য যে, শ্ৰীনগৰৰ খানমোহ অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতি সন্দৰ্ভত এক গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

গোপন তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলত যৌথভাৱে এক অভিযান চলায় । অভিযানকালত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৩০-৩৫ কিলোগ্ৰাম ওজনৰ এটা শক্তিশালী আই ই ডি(Massive 30 to 35 kg IED in Srinagar city) ৷

নিৰাপত্তাৰক্ষীয়ে উক্ত স্থানতে নিষ্ক্ৰিয় কৰে আই ই ডিটো ৷ নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবেই এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে শ্ৰীনগৰ ৷

লগতে পঢ়ক: অনুচ্ছেদ 370 হৈছে সন্ত্ৰাসবাদৰ বাবে জগৰীয়াঃ ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.