ETV Bharat / bharat

ত্ৰিপুৰাৰ অৰণ্যত উদ্ধাৰ মৃত হাতী পোৱালী

author img

By

Published : May 23, 2022, 2:17 PM IST

ত্ৰিপুৰাৰ অৰণ্যত মৃত্যু এটা মতা হাতীৰ পোৱালীৰ(Male elephant cub dies in Tripura forest) । বজ্ৰপাতৰ ফলত হাতীৰ পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে(Elephant cub dies due to lightning) । দেওবাৰে নিশাৰ ভাগত হাতী পোৱালীটোৰ মৃত্য়ুৰ হোৱা বুলি সদৰি কৰে বন বিভিাগে ।

male elephant calf died of lightening in tripura fores
ত্ৰিপুৰাৰ অৰণ্যত মৃত্যু মতা হাতীৰ পোৱালীৰ

আগৰতলা,২৩মে': ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত তুলসীগড় বন সংমণ্ডলত দেওবাৰে নিশা এটা মতা হাতী পোৱালীৰ মৃত্যু হয়(Male elephant cub dies in Tripura forest) ৷ বনবিভাগে দাবী কৰা অনুসৰি বজ্ৰপাতৰ ফলতে হাতী পোৱালীটোৰ মৃত্যু হয়(Elephant cub dies due to lightning) । DFO ৰঘুল গেশান বিয়ে এই কথা সদৰি কৰে ।

তেঁও উল্লেখ কৰে যে তেঁওলোকে পুৱাৰভাগত বনকৰ্মীৰ জড়িয়তে এই খবৰ লাভ কৰিছিল । তাৰ পাছতে এই সন্দৰ্ভত উৰ্দ্ধতম কৰতৃপক্ষক অৱগত কৰিছিল । তাৰ পাছতেই বিভাগীয় ভাৰপ্ৰাপ্ত বিষয়া আৰু পশু চিকিৎসকৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় । মৃত্য়ুৰ কাৰণ বিচাৰি হাতী পোৱালীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে আৰু বজ্ৰপাতৰ ফলতেই হাতী পোৱালিটোৰ মৃত্য়ু হোৱা বুলি নিশ্চিত কৰে ।

DFO গৰাকীয়ে সদৰি কৰা অনুসৰি হাতীপোৱালিটোৰ দেহত কোনো আঘাটৰ চিন নাছিল । কাণৰ ওচৰৰে কিছু ৰক্তক্ষৰণ হৈছিল পোৱালিটোৰ । আৰু ইয়াৰ পৰাই হাতী পোৱালিটোৰ বজ্ৰপাতৰ ফলতেই মৃত্যু হোৱা বুলি নিশ্চিত হয় । চৰকাৰী কাম-কাজ শেষ হোৱাৰ পাছতেই হাতী পোৱালিটো সমাধিস্থ কৰা হ'ব বুলি জনাই DFO গৰাকীয়ে ।

লগতে পঢ়ক: সাতগাঁৱত বড়োসকলৰ লোক উৎসৱ ৰংজালি বৈশাগুৰ সফল সামৰণি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.