ETV Bharat / bharat

Madhuri Dixit Birthday: ৫৬ বছৰ বয়সতো ফিট দেখা যায় মাধুৰী দীক্ষিতক; এয়া হৈছে তেওঁৰ ফিটনেছৰ ৰহস্য

মাধুৰীৰ বয়স ৫৬ বছৰ আৰু এই বয়সত স্বাস্থ্য সম্পৰ্কীয় সমস্যাই অধিক আমনি কৰে । তৎস্বত্বেও মাধুৰীয়ে নিজৰ ফিটনেছৰ বিশেষ যত্ন লয় । আপুনিও মাধুৰীৰ দৰে ফিট থাকিব বিচাৰে নেকি ? তেন্তে জানি লওক অভিনেত্ৰীগৰাকীয়ে কেনেদৰে নিজকে ফিট তথা এক্টিভ কৰি ৰাখিছে ৷

Madhuri Dixit looks fit even at the age of 56, this is the secret of fitness
৫৬ বছৰ বয়সতো ফিট দেখা যায় মাধুৰী দীক্ষিতক, এয়া হৈছে তেওঁৰ ফিটনেছৰ ৰহস্য
author img

By

Published : May 15, 2023, 2:59 PM IST

৫৬ বছৰ বয়সত ভৰি দিলে বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে ৷ এই বয়সত স্বাস্থ্য সম্পৰ্কীয় সমস্যাই যথেষ্ট আমনি দিয়ে । তৎস্বত্বেও মাধুৰীয়ে নিজৰ ফিটনেছৰ বিশেষ যত্ন লয় । আপুনিও মাধুৰীৰ দৰে ফিটনেছ বিচাৰে নেকি, তেতিয়া জানি লওক অভিনেত্ৰীগৰাকীয়ে নিজকে কেনেকৈ ফিট আৰু ফাইন কৰি ৰাখিবলৈ চেষ্টা কৰে ।

৯০ দশকৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতৰ আজি জন্মদিন । কেৱল অভিনয়ৰ বাবেই নহয়, নৃত্যৰ কলাৰ বাবেও পৰিচিত মাধুৰী । এসময়ত প্ৰত্যেকগৰাকী মহিলা আৰু ছোৱালীয়ে তেওঁৰ নৃত্যৰ নকল কৰিছিল । অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য্যই অনুৰাগীক উন্মাদ কৰি তোলে যদিও তেওঁৰ ফিটনেছৰো কোনো ভাষা নাই । মাধুৰীয়ে ফিট আৰু ফাইন হৈ থাকিবলৈ সকলো সময়তে ছিৰিয়াছ হৈ থাকে ।

মাধুৰীৰ বয়স ৫৬ বছৰ আৰু এই বয়সত স্বাস্থ্য সম্পৰ্কীয় সমস্যাই অধিক আমনিদায়ক । কিন্তু মাধুৰীয়ে ফিটনেছৰ বিশেষ যত্ন লয় । আপুনিও মাধুৰীৰ দৰে ফিটনেছ বিচাৰে নেকি, তেতিয়া জানি লওক অভিনেত্ৰীগৰাকীয়ে নিজকে কেনেকৈ ফিট আৰু ফাইন কৰি ৰাখিবলৈ চেষ্টা কৰে ।

মাধুৰী দীক্ষিতৰ খাদ্য ৰুটিন

সাধাৰণতে মাধুৰী দীক্ষিত কোনো ফুডীতকৈ কম নহয় । প্ৰায়ে তেওঁক সোৱাদযুক্ত খাদ্য উপভোগ কৰা দেখা যায় । কিন্তু মাধুৰীয়ে ডাইট বা খাদ্যৰ জৰিয়তে ফিটনেছৰ বিশেষ যত্ন লয় । অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে য’ত তেওঁ নাৰিকল পানীৰ উপকাৰিতাৰ বিষয়ে বুজাই দিয়ে । মাধুৰীয়ে লিখিছে যে মই মোৰ দৈনন্দিন কাম-কাজত নাৰিকল পানী অন্তৰ্ভুক্ত কৰো । ই মানসিক চাপ কমায়, ছালখন জিলিকি উঠে আৰু মোক সুস্থ কৰি ৰখাত ই ফলপ্ৰসূ (Madhuri Dixit latest photos)।

নাৰিকল পানী স্বাস্থ্যৰ বাবে এক আশীৰ্বাদস্বৰূপ কাৰণ ই শৰীৰক হাইড্ৰেট কৰি ৰাখে । ওজন কমাব পৰা লোকে দিনটোত এবাৰকৈ নাৰিকল পানী সেৱন কৰিব লাগিব ।

মাধুৰী ফলৰ ওপৰত নিৰ্ভৰ কৰে

ফলমূলত পুষ্টিকৰ উপাদান পোৱা যায় আৰু সেইবাবেই ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । মাধুৰী দীক্ষিতে এখন ছবি শ্বেয়াৰ কৰি ফলৰ গুৰুত্বৰ বিষয়ে বুজাই দিয়ে । আজিৰ সময়ত সুস্থ হৈ থাকিবলৈ ফলমূল, সেউজীয়া শাক-পাচলি আৰু ব্যায়ামৰ নিয়মাৱলী পালন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে । ফল-মূলে আমাৰ পেটটো সুস্থ কৰি ৰাখে আৰু লগতে সহজে ওজন কমাবলৈও সহায় কৰে ।

মাধুৰীয়ে যোগাসন কৰে

ওজন বজাই ৰাখিবলৈ ৱৰ্কআউটৰ লগতে যোগাসনৰ ওপৰত নিৰ্ভৰ কৰা তাৰকাসকলৰ ভিতৰত মাধুৰী অন্যতম (madhuri dixit birthday)। যোগাসন কৰাৰ সময়ত মাধুৰীয়ে প্ৰায়ে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে যাতে মানুহে ইয়াৰ গুৰুত্ব বুজিব পাৰে । যোগে আমাক কেৱল শাৰীৰিক লাভেই নহয় মানসিক উপকাৰো দিয়ে (madhuri dixit)।

মাধুৰী দীক্ষিতৰ নৃত্য আৰু অভিনয়ৰ বাবে এতিয়াও অনুৰাগীয়ে তেওঁক বহুত ভাল পায় (actress madhuri dixit)। মাধুৰীয়ে ‘হাম আপকে কৌন হ্যে’ৰ দৰে বহু ব্লকবাষ্টাৰ চিনেমাত নিজৰ সুন্দৰ অভিনয় প্ৰদৰ্শন কৰিছে যিসমূহ ছবি আজি মানুহে অতি আগ্ৰহেৰে চায় ।

লগতে পঢ়ক: Empty Stomach Workout: খালী পেটত জিম কৰে নেকি ? তেন্তে সাৱধান হৈ যাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.