ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত কুলদীপ চেংগাৰৰ পত্নী হ'ব বিজেপিৰ প্ৰাৰ্থী - উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত কুলদীপ চেংগাৰৰ পত্নী হ'ব বিজেপিৰ প্ৰাৰ্থী

বিজেপিৰ পৰা বহিষ্কাৰ হোৱাৰ প্ৰায় ডেৰ বছৰ পিছত, প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰৰ পত্নী সংগীতা চেংগাৰক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। উন্নাও জিলা পঞ্চায়তৰ নিৰ্বাচনত ফতেহপুৰ চৌৰাচীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সংগীতাই ৷

উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত কুলদীপ চেংগাৰৰ পত্নী হ'ব বিজেপিৰ প্ৰাৰ্থী

author img

By

Published : Apr 9, 2021, 12:58 PM IST

নেশ্যনেল ডেস্ক,9 এপ্ৰিল : ধৰ্ষণৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কাৰ হোৱাৰ প্ৰায় ডেৰ বছৰ পিছত, প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰৰ পত্নী সংগীতা চেংগাৰক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। উন্নাও জিলা পঞ্চায়তৰ নিৰ্বাচনত ফতেহপুৰ চৌৰাচীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব সংগীতাই ৷ ইয়াৰ পূৰ্বেও 2016 চনত জিলা পঞ্চায়তৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল সংগীতা ৷

দলীয় কৰ্তৃপক্ষই জনোৱা মতে সংগীতাক প্ৰাৰ্থিত্ব প্ৰদনৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ অধ্যক্ষ স্বতন্ত্ৰ দেৱ সিং আৰু সাধাৰণ সম্পাদক সুনীল বানচালে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 2018 চনৰ এপ্ৰিল মাহত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ গ্ৰেপ্তাৰ হোৱা নেতাজনৰ ঘৰুৱা অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷

উল্লেখ্য যে, বিগত বছৰত উত্তৰ প্ৰদেশ বিধানসভাৰ বিধায়ক গৰাকীক আজীৱন কাৰাদণ্ডৰ শাস্তি বহাত সমষ্টিটোৰ বহুতে এতিয়াও বিশ্বাস কৰে যে কুলদীপ সিং চেংগাৰ নিৰ্দোষী ৷ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰিব লগীয়া হৈছে ৷ বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে বিধায়ক গৰাকী ।

লগতে পঢ়ক: ডিব্ৰুগড়ত স্বামী গৃহৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.