ETV Bharat / bharat

ভাণ্ডাৰা অগ্নিকাণ্ডঃ নিহতৰ পৰিয়াললৈ 2 লাখৰ সাহাষ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 11, 2021, 7:48 PM IST

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা সাধাৰণ হাস্পতালত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱা শিশুৰ পৰিয়ালক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে অনুমোদন প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Kin of Bhandara fire victims to get Rs 2 lakh each from PMNRF
ভাণ্ডাৰা অগ্নিকাণ্ডঃ নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহাষ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 11 জানুৱাৰী : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত হাস্পতালত সংঘটিত হোৱা শোকাৱহ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা শিশুৰ পৰিয়ালক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে অনুমোদন প্ৰদান কৰিছে ৷

তদুপৰি উক্ত অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত লোক সকলক একেই পুঁজিৰ পৰা 50 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰো অনুমোদন প্ৰদান কৰিছে ৷

উল্লেখ্য যে,মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা সাধাৰণ হাস্পতালৰ এচ.এন.চি.ইউ.ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাত প্ৰাণ হেৰুৱাইছিল 10 টাকৈ শিশুৱে ৷

ইফালে মহাৰাষ্ট্ৰ চৰকাৰে মৃত শিশু কেইটাৰ পৰিয়ালৰ লোকক 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰাৰ লগতে অগ্নিকাণ্ড সুত্ৰপাত হোৱাৰ কাৰণৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা ৪ গৰাকী লোক COVID-১৯ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.