ETV Bharat / bharat

Mother Killed Child: জঘন্য: মাতৃয়ে হত্যা কৰিলে দুই সন্তানক

author img

By

Published : Dec 4, 2022, 9:12 PM IST

এগৰাকী মাতৃয়ে যেতিয়া সন্তানৰ বাবে ঘাতকৰ ৰূপ লয় তেতিয়া ইয়াতকৈ ভয়াবহ একো হ’ব নোৱাৰে (Aurangabad Crime news ) ৷ বিহাৰৰ ঔৰংগাবাদত মাতৃ শব্দক কলংকিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে (Mother killed two child)৷ নিজৰ দুই সন্তানক হত্যা কৰিলে এগৰাকী মাতৃৰূপী দানৱে ৷

Kalyugi mother killed his son and buried body In Aurangabad
Mother Killed Childs: জঘন্য, মাতৃয়ে হত্যা কৰিলে দুই সন্তানক

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ: এগৰাকী মাতৃয়ে নিজ সন্তানৰ সুৰক্ষাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে (Murder case in Bihar)৷ কিন্তু যেতিয়া এগৰাকী মাতৃয়ে সন্তানৰ বাবে ঘাতকৰ ৰূপ লয় তেতিয়া ইয়াতকৈ ভয়াবহ একো হ’ব নোৱাৰে (Aurangabad Crime news ) ৷ বিহাৰৰ ঔৰংগাবাদত মাতৃ শব্দক কলংকিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে (Mother killed two child)৷ নিজৰ দুই সন্তানক হত্যা কৰিলে এগৰাকী মাতৃৰূপী দানৱে ৷

বিহাৰৰ ঔৰংগাবাদ জিলাৰ মদনপুৰ আৰক্ষী থানা অঞ্চলৰ শিৱগঞ্জ অঞ্চলত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা (Kalyugi mother killed his son )৷ জানিব পৰা মতে মহিলাগৰাকীয়ে আজিৰ পৰা দুমাহৰ পূৰ্বে প্ৰথমে তেওঁৰ কন্যাক হত্যা কৰিছিল তাৰ পিছতেই এতিয়া তেওঁৰ পুত্ৰক হত্যা কৰি ঘৰৰ চোতালতে সমাধিস্থ কৰিলে(Son murdered in Aurangabad)৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত ব্যাপক হুৱাদুৱাৰ সৃষ্টি হয় ৷

ঘটনা অনুসৰি 2018 চনত অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক ৰাজেন্দ্ৰ সিঙৰ পুত্ৰ বিনয় কুমাৰ এইডছ ৰোগত আক্ৰান্ত হৈছিল ৷ বিনয়ক চিকিৎসা কৰোৱা হৈছিল যদিও তেওঁ মৃত্যুমুখত পৰিছিল ৷ বিনয়ৰ মৃত্যুৰ পিছতে তেওঁৰ পত্নী কাঞ্চন দেৱীও এইডছ ৰোগত আক্ৰান্ত হৈছিল ৷ মহিলাগৰাকীয়ে এই ৰোগ ধৰা পৰাৰ পিছৰ পৰাই মানসিকভাৱে ভাগি পৰিছিল ৷

এই মানসিক চাপৰে বলি হৈ মহিলাগৰাকীয়ে শেহতীয়াকৈ তেওঁৰ একমাত্ৰ পুত্ৰ মাৰুতি নন্দনক হত্যা কৰাৰ কথা পোহৰলৈ আহে (Mother killed son and buried body)৷

শনিবাৰে মাৰুতিয়ে বিদ্যালয়ৰ মাচুল জমা কৰিবলৈ 750 টকা লৈছিল ৷ কিন্তু বিদ্যালয়ত মাচুল জমা কৰা নাছিল ৷ ইয়াৰোপৰি কিশোৰটোৱে ঘৰৰ পৰা 1500 টকা চুৰি কৰিছিল ৷ কিন্তু এই ঘটনাৰ পিছৰে পৰা কোনো সুংশুত্ৰ ওলোৱা নাছিল কিশোৰজনৰ ৷ ওচৰৰ পাজৰৰ লোকসকলেও কিশোৰজনক নেদেখি মাতৃক সোধ-পোছ কৰিছিল ৷ কিন্তু মহিলাগৰাকীয়ে কথাটোত কোনো উত্তৰ দিয়া নাছিল ৷ ইফালে কিশোৰজনৰ পৰিয়ালৰ অন্য লোকসকলে কিশোৰটোক নেদেখি চিন্তিত হৈছিল ৷

কিশোৰটোৰ খুড়াক উদয় সিঙে বহুদিন কিশোৰটোৰ খা-খবৰ নাপাই আৰক্ষী থানাত খবৰ দিয়ে ৷ আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে কাঞ্চন দেৱীৰ ঘৰলৈ আহি সোধ-পোছ কৰে ৷ তাৰ পিছতে তেওঁলোকৰ ঘৰৰ চোতালত এটা গাঁত খন্দাৰ দৰে চিন দেখা পায় ৷ লগে লগে আৰক্ষীৰ দলটোৱে গাঁতটো খান্দে ৷ তেতিয়াই আৰক্ষীৰ দলটোৱে গাঁতৰ পৰা কিশোৰটোৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে ৷ এই ঘটনা দেখি আৰক্ষী আচৰিত হয় ৷

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি জনোৱা অনুসৰি নিজ মাতৃয়ে কিশোৰটোক হত্যা কৰি ঘৰৰ চোতালত এনেদৰে পুতি থৈছিল ৷ ইফালে খুৰাক উদয় সিঙে কৈছিল যে মহিলাগৰাকীয়ে দুমাহ আগতে তেওঁৰ ১৭ বছৰীয়া কন্যা পুনিতা কুমাৰীকো হত্যা কৰি মৃতদেহটো জ্বলাই দিছিল ৷ ষ্টেচন হাউছ অফিচাৰ শশী কুমাৰ ৰাণাই কাঞ্চন দেৱীক আটক কৰি জেৰা অব্যাহত ৰাখিছে (Killer mother arrested)৷

দেওবাৰে বিয়লি পাটনাৰ এটা ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত অনুসন্ধান কৰে ৷ তথ্য পোৱাৰ পিছতে সদৰ এছডিপিঅ’ চুইটি শ্বেহৰাৱত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ বুজ লয় ৷ এছডিপিঅ’গৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে এই তদন্তৰ পিছতে মাতৃগৰাকীয়ে কিয় নিজ সন্তানক তেনেদৰে কিয় হত্যা কৰিছিল সেই সন্দৰ্ভত প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Drugs seized in Sonitpur : প্ৰায় 3 লাখ টকাৰ ড্ৰাগছসহ আটক 5 সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.