ETV Bharat / bharat

iQOO 11 Price: মুকলি হ'বলৈ গৈ আছে আটাইতকৈ fastest 5G phone iQOO 11 - fastest 5G phone iQOO 11

অহা বছৰ ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত মুকলি কৰা হ’ব iQOO 11 Series । কোম্পানীটোৱে এই ফোনটোৰ লঞ্চৰ তাৰিখ প্ৰকাশ কৰিছে । জানক এই স্মাৰ্টফোনৰ মূল্য আৰু ইয়াৰ স্পেচিফিকেশনসমূহ ।

iQOO 11 Indias fastest 5G phone will be launched on this day will get the strongest processor
মুকলি হ'বলৈ গৈ আছে আটাইতকৈ fastest 5G phone iQOO 11
author img

By

Published : Dec 25, 2022, 7:39 PM IST

নিউজ ডেস্ক, 25 ডিচেম্বৰ: চীন, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত ধুমুহাৰ সৃষ্টি কৰাৰ পিছত চীনৰ স্মাৰ্টফোন কোম্পানী iQOOৰ iQOO 11 ছিৰিজে ভাৰতত মুকলি হ'বলৈ গৈ আছে । আগন্তুক ১০ জানুৱাৰীত মুকলি কৰা হ’ব এই স্মাৰ্টফোন । iQOOৰ এই নতুন ফোনটো ভাৰতৰ আটাইতকৈ দ্ৰুততম স্মাৰ্টফোন হ’ব পাৰে, যিটো কোৱালকম স্নেপড্ৰেগন ৮ জেন ২ চিপছেটৰ চাপৰ্তৰ সৈতে মুকলি কৰা হ'ব(iQOO 11 Indias fastest 5G phone will be launched) ।

এই চিপছেটটো বৰ্তমানৰ আটাইতকৈ শক্তিশালী এণ্ড্ৰইড প্ৰচেছৰ(New Fastest Smartphone iQOO 11 Series) । কোম্পানীটোৱে নতুন ছিৰিজৰ অধীনত দুটা মডেল মুকলি কৰিব পাৰে, য’ত থাকিব iQOO 11 আৰু iQOO 11 Pro । তেওঁলোকৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহ জানো আহক-

iQOO 11 ছিৰিজ: Expected Specifications

ডিছপ্লে (Display): iQOO 11 হেণ্ডছেটটো 6.7 ইঞ্চিৰ E6 AMOLED Quad HD+ ডিছপ্লেৰ সৈতে লঞ্চ কৰিব পাৰে । উন্নত স্ক্ৰলিঙৰ বাবে ই 144Hz ৰিফ্ৰেছ ৰেট পাব পাৰে ।

প্ৰচেছৰ(Processor): 10 জানুৱাৰীত মুকলি হ'বলগীয়া এই স্মাৰ্টফোন ছিৰিজটো কোৱালকম স্নেপড্ৰেগন ৮ জেন ২ চিপছেটৰ Supportৰ সৈতে আহিব ।

কেমেৰা (Camera): ফটোগ্ৰাফীৰ বাবে এই ফোনত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ উপলব্ধ হ’ব । ইয়াত 50MP চেমচাং GN5 মেইন কেমেৰা, 3X জুমৰ সৈতে 13MP প’ৰ্ট্ৰেইট কেমেৰা আৰু 8MP ফিক্সড ফ’কাচ আল্ট্ৰাৱাইড কেমেৰা পোৱাৰ সম্ভাৱনা আছে ।

ষ্ট’ৰেজ (Storage): আগন্তুক ফোন ছিৰিজ দুটা ষ্ট’ৰেজ ভেৰিয়েণ্টৰ সৈতে অফাৰ কৰিব পাৰিব। ব্যৱহাৰকাৰীয়ে ইয়াত ৮জিবি ৰেম ২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আৰু ১৬জিবি ৰেম ২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজ বিকল্প লাভ কৰিব পাৰিব।

বেটাৰী(Battery): নতুন স্মাৰ্টফোনটোত ব্যৱহাৰকাৰীয়ে 5000mAh বেটাৰীৰ সমৰ্থন লাভ কৰিব পাৰিব, যিটো 120W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং দিব পাৰিব । একে সময়তে iQOO 11 Pro 4700mAh বেটাৰীৰ সৈতে অফাৰ কৰিব পাৰি, য’ত 200W ফাষ্ট চাৰ্জিং পোৱা যাব ।

iQOO 11 Pro: প্ৰত্যাশিত মূল্য

বৰ্তমান সময়ত কোম্পানীটোৱে আগন্তুক ফোন ছিৰিজৰ দাম প্ৰকাশ কৰা নাই । টেক ৱেবছাইট GizmoChinaৰ প্ৰতিবেদন অনুসৰি iQOO 11ৰ সম্ভাৱ্য মূল্য ৫৫,০০০ৰ পৰা ৬০,০০০ টকাৰ ভিতৰত হ’ব পাৰে(iQOO 11 Price)। আগন্তুক সময়ত মুকলি হ'বলগীয়া এই স্মাৰ্টফোন লিজেণ্ড (বগা) আৰু আলফা (ক’লা) দুটা ৰঙৰ সৈতে মুকলি হ'ব পাৰে ।

লগতে পঢ়ক: Twitter New Feature: টুইটাৰৰ দুটা নতুন বৈশিষ্ট্য, ষ্টক মাৰ্কেট-Cryptocurrencyৰ বাবেও ১টা বৈশিষ্ট্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.