ETV Bharat / bharat

Indian Army celebrates raksha bandhan, ভাৰত-চীন সীমান্তত সেনাৰ হাতত ৰাক্ষী বান্ধিলে অৰ্ধ শতাধিক ছাত্ৰীয়ে

author img

By

Published : Aug 12, 2022, 10:33 AM IST

Updated : Aug 13, 2022, 12:11 PM IST

ভাৰতীয় সেনাৰ সৈনিকসকলৰ সৈতে মৰম আৰু সম্পৰ্ক শক্তিশালী কৰিবলৈ 70 গৰাকীতকৈও অধিক চৰকাৰী স্কুলীয়া ছাত্ৰীয়ে টাৱাঙৰ মুখ্য কাৰ্যালয় আৰু ভাৰত-চীন সীমান্তৰ বুমলাত "Dhaagon se Bannde Rishte" অনুষ্ঠানৰ দ্বাৰা ৰাখী বান্ধি সম্পৰ্কৰ উদাহৰণ দাঙি ধৰে (Indian Army celebrates raksha bandhan) ।

Indian Army celebrates raksha bandhan
Indian Army celebrates raksha bandhan

তেজপুৰ, 12 আগষ্ট : ভাৰত-চীন সীমান্তত পবিত্ৰ ৰক্ষা বন্ধন উদযাপন সেনা বাহিনীৰ লগত (Indian Army celebrates raksha bandhan) । ৰক্ষা বন্ধন হৈছে এনে এক উৎসৱ, যিয়ে ভাতৃ আৰু ভগ্নীৰ বিশ্বাস আৰু মৰমৰ বান্ধোনেৰে উদযাপন কৰা হয় ।

এই দিনটোত ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলক মৰমৰ চিন হিচাপে ৰাখী বান্ধে ৷ তাৰ বিনিময়ত ভগ্নীসকলক তেওঁলোকৰ হৃদয়ত একে মহানুভতাৰ ইংগিত প্ৰদান কৰি যিকোনো বিপদৰ পৰা সদায় সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতি দিয়ে ভাতৃসকলে ৷

Indian Army celebrates raksha bandhan
ভাৰত-চীন সীমান্তত সেনাৰ হাতত ৰাক্ষী বান্ধিলে অৰ্ধ শতাধিক ছাত্ৰীয়ে

ভাৰতীয় সেনাৰ সৈনিকসকলৰ সৈতে মৰম আৰু সম্পৰ্ক শক্তিশালী কৰিবলৈ 70 গৰাকীতকৈও অধিক চৰকাৰী স্কুলীয়া ছাত্ৰীয়ে টাৱাঙৰ মুখ্য কাৰ্যালয় আৰু ভাৰত-চীন সীমান্তৰ বুমলাত "Dhaagon se Bannde Rishte" অনুষ্ঠানৰ দ্বাৰা ৰাখী বান্ধি সম্পৰ্কৰ উদাহৰণ দাঙি ধৰে ।

ভাৰতীয় সেনাৰ সৈন্যসকলেও তেওঁলোকৰ ভগ্নীসকলক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ যিদৰে তেওঁলোকে দেশৰ সুৰক্ষাৰ বাবে সীমান্তত থিয় দি আছে (Studnts in Arunachal celebrate rakha bandhan)।

দ্য হিউমেনিটি গ্ৰুপৰ সভাপতি যামফা চেৰিঙে কয়, "আমি সকলোৱে জানো যে আমাৰ সমগ্ৰ দেশে "আজাদী কা অমৃত মহোৎসৱ" উদযাপন কৰি আছে ৷ দেশপ্ৰেমৰ এই অনুভূতি আমাৰ ভগ্নী আৰু মহিলাসকলৰ মাজত দেখা যায়, যেতিয়া তেওঁলোকে দেশপ্ৰেমমূলক গীত গাই আৰু লগতে ভাৰতীয় সেনাক বিশ্বাস আৰু স্নেহৰ বন্ধন স্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে’’ । এই পদক্ষেপ এন জি অ' দ্য হিউমেনিটি গ্ৰুপ আৰু টাৱাং ব্ৰিগেডৰ (বল অফ ফায়াৰ ডিভিজন) সহযোগত লোৱা হয় ।

লগতে পঢ়ক: Indian Army bicycle rally: তেজপুৰৰ পৰা অৰুণাচললৈ সেনাৰ গজৰাজ কৰ্পছৰ চাইকেল ৰেলী

Last Updated : Aug 13, 2022, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.