ETV Bharat / bharat

ক’ভিড-19: ভাৰতত বিগত 24 ঘণ্টাত মৃত্যু 2,427 গৰাকীৰ - ক’ভিডৰ ত্ৰাস

ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,89,09,975 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,49,186 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,71,59,180 গৰাকীয়ে ৷

india-covid-tracker-state-wise-report
ক’ভিড-19: ভাৰতত বিগত 24 ঘণ্টাত মৃত্যু 2,427 গৰাকীৰ
author img

By

Published : Jun 7, 2021, 8:02 PM IST

নিউজ ডেস্ক, 7 জুন : ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 1,00,636 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2427 গৰাকীৰ ৷ ইয়াৰ বিপৰীতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে 1,74,399 গৰাকী লোক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,89,09,975 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,49,186 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,71,59,180 গৰাকীয়ে ৷

সম্প্ৰতি দেশত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 14,01,609 গৰাকী ৷ এতিয়ালৈকে 23,27,86,482 গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক: ওড়িশা-পশ্চিমবংগৰ ঘূৰ্ণী বিধ্বস্ত অঞ্চলত কেন্দ্ৰীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.