ETV Bharat / bharat

অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব:মাইকেল ভাৱঘান

author img

By

Published : Nov 12, 2020, 1:44 PM IST

বি চি চি আইয়ে ঘোষণা কৰে যে অধিনায়ক কোহলীক ছুটীৰ অনুমতি দিয়া হৈছে | কোহলীৰ পত্নী অভিনেতা অনুষ্কা শর্মাৰ প্ৰসৱৰ বাবে ছুটী বিছাৰি বোৰ্ড অফ কণ্ট্ৰ'ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ (বিচিচিআই)ৰ পৰা অনুমতি বিচাৰিছিল কোহলীয়ে ৷

In Kohli's absence, Aus will easily win Test series against India: Vaughan
অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব:মাইকেল ভাৱঘান

নেশ্যনেল ডেস্ক,12 নৱেম্বৰ: ইংলেণ্ডৰ পূৰ্বৰ অধিনায়ক মাইকেল ভাৱঘানে কয় যে অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব কিয়নো চাৰিখন টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচৰ বাবে বিৰাট কোহলী নাথাকিব ।

  • No @imVkohli for 3 Tests in Australia .. The right decision going to be at the birth of his first child .. but it means Australia will win the series quite easily IMO .. #JustSaying

    — Michael Vaughan (@MichaelVaughan) November 10, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

জানুৱাৰীত কোহলীৰ পত্নী অভিনেতা অনুষ্কা শর্মাৰ প্ৰসৱৰ বাবে ছুটী বিছাৰি বোৰ্ড অফ কণ্ট্ৰ'ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ (বিচিচিআই)ৰ পৰা অনুমতি বিচাৰিছিল । আৰু সোমবাৰে বি চি চি আইয়ে ঘোষণা কৰে যে অধিনায়ক কোহলীক ছুটীৰ অনুমতি দিয়া হৈছে আৰু ১৭ ডিচেম্বৰৰ পৰা এডেলেইড ওভালত অনুষ্ঠিত হ'ব লগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহিব ।

ভাৱঘানে টুইটযোগে কয় যে "অষ্ট্ৰেলিয়াৰ তিনিখন টেষ্টৰ বিৰুদ্ধে বিৰাট কোহলী নাথাকিব ৷ তেওঁৰ প্ৰথম সন্তানৰ জন্মৰ পাছতহে সঠিক সিদ্ধান্ত ল'ব ৷গতিকে ইয়াৰ অৰ্থ হৈছে যে অষ্ট্ৰেলিয়াই এই শৃংখলাটো সহজে জিকিব।"

ইংলেণ্ডৰ পূৰ্বৰ অধিনায়ক মাইকেল ভাৱঘানে কয় যে অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে আগন্তক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব কিয়নো চাৰিখন টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচৰ বাবে বিৰাট কোহলী নাথাকিব ।

অৱশ্যে, কোহলীয়ে প্ৰথম টেষ্টৰ আগতে তিনিখন এদিনীয়া আৰু T20 খেলিব য'ত ভাৰতীয় অধিনায়ক ইয়াৰ অংশ হ'ব । ২৭আৰু ২৯নৱেম্বৰত চিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৰু ২ ডিচেম্বৰত কেনবেৰাৰ মানকা ওভালত তিনিখন এদিনীয়াৰ সৈতে আৰম্ভ হ'ব । তাৰ পিছত তিনিখন টি-20 আই শৃংখলাটো 4 ডিচেম্বৰত কেনবেৰাৰ মানকা ওভালত আৰু ৬আৰু ৮ ডিচেম্বৰত চিজিত অনুষ্ঠিত হ'ব ।

তাৰ পিছত ১৭ ডিচেম্বৰৰ পৰা এডেলেইড ওভালত পিংক বল টেষ্টৰ সৈতে ইণ্ডিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ যোজা আৰম্ভ কৰিব । ইয়াৰ পিছত ২৬ ডিচেম্বৰত মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত, ৭ জানুৱাৰীত এছ চি জি আৰু ১৫ জানুৱাৰীত গব্বাত খেলিব ।

লগতে পঢ়ক: কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে বিচাৰৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.