ETV Bharat / bharat

কুলগাম জিলাত ৰাষ্ট্ৰীয় ঘাইপথত আইইডি উদ্ধাৰ - ৰাষ্ট্ৰীয় ঘাইপথ

বুধবাৰে জম্মুৰ শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এটা আইইডি উদ্ধাৰ কৰা হয় ৷ এই কথা সদৰি কৰিছে শ্ৰীনগৰ আৰক্ষীয়ে ৷

জম্মুৰ শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আইইডি উদ্ধাৰ

author img

By

Published : Apr 29, 2021, 9:16 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিল : জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এটা আইইডি উদ্ধাৰ কৰা হয় ৷ সুৰক্ষা বাহিনীয়ে কুলগাম জিলাৰ খুদৱানীৰ তুৰ্ক টাচলো অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ কৰে আইইডি'টো ৷ এই কথা সদৰি কৰিছে শ্ৰীনগৰ আৰক্ষীয়ে ৷

আইইডি'টো চিনাক্ত কৰাৰ পাচতে বোমা বিশেষজ্ঞৰ দলক অৱগত কৰা হয় ৷ শ্ৰীনগৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বোমা বিশেষজ্ঞৰ দলটোয়ে আইইডিটো নিষ্ক্ৰিয় কৰি উদ্ধাৰ কৰে ৷

লগতে পঢ়ক: সোণোৱালী বৰোধানে কৃষকৰ মুখলৈ ঘূৰাই আনিছে হাঁহি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.