নিউজ ডেস্ক,৬ মাৰ্চ: অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ অন্তৰবেদী উপকূলত হ্যাম্পবেক ডলফিন পৰিলক্ষিত হৈছে । শুকুৰবাৰে পুৱা উপকূলটোৰ ৫০০ মিটাৰ দূৰত্বলৈ এই ডলফিনসমূহ পৰিলক্ষিত হয় । সাধাৰণতে পানীৰ গভীৰতা কম হ'লে ডলফিনবোৰ দেখা পোৱা যায় ।

বন্যপ্ৰাণী চিত্ৰগ্ৰহণকাৰী মন্নেপুৰী শ্ৰীকান্তে উপকূলত মাছ আৰু প্ৰণ খাবলৈ অহাৰ সময়ত ডলফিনসমূহৰ বিৰল দৃশ্য কেমেৰাত আৱদ্ধ কৰিছিল ।
লগতে পঢ়ক: ISIS সন্ত্ৰাসবাদীক ৭ বছৰৰ কাৰদণ্ড ঘোষণা এনআইএ আদালতৰ