ETV Bharat / bharat

৪ বছৰত দেশত নাহৰফুটুকীৰ সংখ্য়া ৬০ শতাংশৰো অধিক বৃদ্ধি

author img

By

Published : Dec 22, 2020, 12:56 PM IST

নাহৰফুটুকীৰ সংখ্য়া বৃদ্ধিৰ প্ৰশংসা কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে জন্তুবোৰ যাতে সুৰক্ষিত স্থানত থাকিব পাৰে তাক সুনিশ্চিত কৰিব লাগে । " জন্তুবোৰক নিৰাপদ স্থানত থাকিব পৰাকৈ আমাৰ এই প্ৰচেষ্টা অব্য়াহত ৰাখিব লাগিব "প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ।

" জন্তুবোৰক নিৰাপদ স্থানত থাকিব পৰাকৈ আমাৰ এই প্ৰচেষ্টা অব্য়াহত ৰাখিব লাগিব " প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্য়নেল ডেস্ক ,২২ ডিচেম্বৰ : দেশত নাহৰফুটুকীৰ সংখ্য়া বৃদ্ধিৰ ক্ষেত্ৰত পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে কৰা এক টুইটৰ প্ৰশংসা কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে জন্তুবোৰক নিৰাপদ স্থানত থাকিব পৰাকৈ আমাৰ এই প্ৰচেষ্টা অব্য়াহত ৰাখিব লাগে । দেশৰ পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে নাহৰফুটুকীৰ সংখ্য়াৰ ক্ষেত্ৰত ২০১৮ বৰ্ষৰ ভাৰতৰ স্থিতি সন্দৰ্ভত টুইট কৰি কৈছিল যে ভাৰতত এতিয়া ১২,৮৫২ টা নাহৰফুটুকী আছে,২০১৪ চনৰ তুলনাত যোৱা ৪ বছৰত ইয়াৰ সংখ্য়া ৬০ শতাংশৰো অধিক বৃদ্ধি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয় যে সিংহ আৰু বাঘৰ সংখ্য়া বৃদ্ধিৰ পিছত এইবাৰ নাহৰফুটুকীৰ সংখ্য়া বৃদ্ধি হোৱাটো অতি ভাল খবৰ । লগতে তেওঁ কয় যে আমাৰ এই প্ৰচেষ্টা অব্য়াহত ৰাখিব লাগিব আৰু জন্তুবোৰ যাতে সুৰক্ষিত স্থানত থাকিব পাৰে তাক সুনিশ্চিত কৰিব লাগে । সোমবাৰে মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে প্ৰতিবেদন প্ৰকাশ কৰি কয় যে সিংহ আৰু বাঘৰ দৰে নাহৰফুটুকীৰ সংখ্য়া বৃদ্ধি হোৱা তথ্য়ৰ পৰা ইয়াকে প্ৰমাণ কৰে যে দেশে পাৰিপাৰৰ্শ্বিকতা আৰু জৈৱ বৈচিত্ৰ সুন্দৰকৈ ৰক্ষা কৰিছে ।

  • Great news!

    After lions 🦁 and tigers 🐅, the leopard 🐆 population increases.

    Congratulations to all those who are working towards animal conservation. We have to keep up these efforts and ensure our animals live in safe habitats. https://t.co/gN0g8SBsF8

    — Narendra Modi (@narendramodi) December 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.