ETV Bharat / bharat

Goods train derailed in Maharashtra : মহাৰাষ্ট্ৰত মালবাহী ৰে'লৰ ২০ টা ডবা লাইনচ্য়ুত

author img

By

Published : Oct 24, 2022, 2:19 PM IST

মহাৰাষ্ট্ৰৰ ৱাৰ্ধা-বদনেৰা শাখাৰ মালখেদ আৰু তিমাতলা ষ্টেচনৰ মাজত মালবাহী (Train accident in Maharashtra) ৰে'ল দুৰ্ঘটনাগ্ৰস্ত । এই তথ্য় সদৰী কৰিছে কেন্দ্ৰীয় ৰে'লৱেই ।

Goods train derailed in Maharashtra
মালবাহী ৰে'লৰ ২০ টা ডবা লাইনচ্য়ুত

নেশ্য়নেল ডেস্ক, ২৪ অক্টোবৰ : দেওবাৰে নাগপুৰৰ মালখেদ আৰু তিমাতলা ষ্টেচনৰ মাজত নিশা ১১.২০ বজাত এখন মালবাহী ৰে'ল দুৰ্ঘটনাগ্ৰস্ত হয় (Train accident between Malkhed and Timatla)। দুৰ্ঘটনাটোৰ ফলত ৰেলখনৰ ২০ টা ডবা লাইনচ্য়ুত হয় ।

কয়লাভৰ্তি সামগ্ৰী ৰেলখনৰ ৱাগন লাইনচ্যুত হোৱাৰ ফলত মুম্বাই আৰু হাওৰা অভিমুখে যোৱা বহুতো ৰেলৰ সময়সূচী ব্যাহত হৈ পৰে । কেন্দ্ৰীয় ৰে'লৱেই(Central Railway) প্ৰকাশ কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

এই ঘটনাটোৰ পিছতেই 11122 ৱাৰ্ধা-ভুচাভাল, 12140 নাগপুৰ-ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনছ (Nagpur Chhatrapati Shivaji Maharaj Terminus), 12119 অমৰাৱতী-নাগপুৰ, 11040 গণ্ডিয়া-কোলহাপুৰকে (11040 Gondia Kolhapur)ধৰি বিভিন্ন ৰে'ল, 01372 ৱাৰ্ধা-অমৰাৱতী, 17642 নাৰখেৰ-কাচেগুড়া, 11121 ভুচাৱল-ৱাৰ্ধা, 12106 গণ্ডিয়া-চিএচএমটি, 12136 নাগপুৰ-পুনে, 12120 অজনী-অমৰাৱতী,12140 নাগপুৰ-চিএচএমটি আৰু 017 বাতিল কৰা হয় ।

ৰে'লপথচোৱাৰে যাতায়তত ব্য়াঘাত জন্মাৰ বাবে নাগপুৰ আৰু অন্যান্য স্থানত বহুতো যাত্ৰীবাহী ৰে'লৰ গতিপথ সলনি কৰা হয় । তদুপৰি কেইবাখনো ৰে'লৰ সময়সূচীৰ পৰিৱৰ্তন কৰা হয় ।

লগতে পঢ়ক:৪৯ বছৰ বয়সতো চৰ্চিত বলীউডৰ ফিটনেছ কুইন মালাইকাৰ কেইখনমান আকৰ্ষণীৰ্ষ য় ফটো চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.