ETV Bharat / bharat

Gold ETF: ডিজিটেল সোণৰ এক্সেচেঞ্জ ফাণ্ডে সোণৰ বিনিয়োগ বৃদ্ধি কৰিছে

author img

By

Published : Oct 25, 2022, 8:38 PM IST

সাম্প্ৰতিক সময়ত ডিজিটেল সোণৰ এক্সেচেঞ্জ ফাণ্ডে (exchange traded funds)সোণৰ বিনিয়োগ বৃদ্ধি কৰিছে ৷ ভৌতিক ধাতুৰ তুলনাত ডিজিটেল মাধ্যমে বিনিয়োগকাৰীসকলক অধিক সুবিধা প্ৰদান কৰিছে (Gold ETFs brought more shine to yellow metal) ৷

old ETFs brought more shine to yellow metal, digitally? Find out how
Gold ETF: ডিজিটেল সোণৰ এক্সেচেঞ্জ ফাণ্ডে সোণৰ বিনিয়োগ বৃদ্ধি কৰিছে

নিউজ ডেস্ক, 25 অক্টোবৰ: সাম্প্ৰতিক সময়ত ডিজিটেল সোণৰ এক্সেচেঞ্জ ফাণ্ডে (exchange traded funds)সোণৰ বিনিয়োগ বৃদ্ধি কৰিছে ৷ ভৌতিক ধাতুৰ তুলনাত ডিজিটেল মাধ্যমে বিনিয়োগকাৰীসকলক অধিক সুবিধা প্ৰদান কৰিছে ৷ সাধাৰণতে প্ৰতিটো পৱিত্ৰ অনুষ্ঠান বা উৎসৱতে লোকসকলে সোণ ক্ৰয় কৰে (Gold ETFs brought more shine to yellow metal) ৷ গোটেই পৃথিৱীয়ে সোণক একমাত্ৰ বিনিয়োগৰ সঁজুলি হিচাপে বিশ্বাস কৰে ৷

যি মুদ্ৰাস্ফীতি ৰক্ষা কৰাত সহায় কৰে ৷ যদিও কেৱল ধনী সকলেহে মূল্যবান ধাতুত বিনিয়োগ কৰিব পাৰে ৷ আজিকালি ফাৰ্মবোৰে প্ৰস্তুত কৰা নতুন নিয়ম অনুসাৰে সোণতো একাংশ লোকে লোকে কমৰ পৰা বিনিয়োগ কৰা পৰিলক্ষিত হয় ৷ সোণৰ এক্সেচেঞ্জ ফাণ্ডৰ অধীনত এই বিনিয়োগকাৰী তথা ব্যৱসায় কৰা সৰু পুঁজি পুঁজিসমূহে ভাল পৃষ্ঠপোষকতা লাভ কৰিছে ৷

আমি সাধাৰণতে বিশ্বাস কৰি অহা অনুসৰি সোণৰ বিনিয়োগে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অনিশ্চয়তা দূৰ কৰাৰ লগতে এটা নিৰ্দিষ্ট সময়ত এখন দেশৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব পাৰে। কেইবা দশকধৰি, সোণে সম্পদৰ প্ৰতীক হিচাপে ইয়াৰ মূল্যৰ লগতে এক নিৰ্ভৰযোগ্য বিনিয়োগৰ বাবে স্বীকৃতি লাভ কৰিছে ৷ ইয়াৰ আন এটা আকৰ্ষণীয় বৈশিষ্ট্য হৈছে ইয়াৰ সহজ তৰলতা ৷ আমি সোণক আমাৰ বিপদৰ সময়ত এক সুৰক্ষা হিচাপে ব্যৱহাৰ কৰি যিকোনো ঠাইৰ পৰা সহজে ঋণ লাভ কৰিব পাৰো ৷

যিসকলে বিনিয়োগৰ পৰ্টফলিঅ'ত বৈচিত্ৰতা বিচাৰি আছে তেওঁলোকে প্ৰথমে সোণৰ বিনিয়োগৰ দিশে চোৱা উচিত ৷ ইয়াত কৰা বিনিয়োগৰ ফলত ইকুইটি ভাল লাভ কৰিব পাৰে, দীৰ্ঘম্যাদী বিনিয়োগতকৈ ভাল লাভাংশ পাব পাৰে ৷ কিন্তু বিনিয়োগকাৰীসকলৰ বাবে কেৱল এক প্ৰকাৰৰ বিনিয়োগ বাছনি কৰাটো উচিত নহয় ৷ বিনিয়োগত বৈচিত্ৰতা থাকিলেহে অধিক লাভ নিশ্চিত কৰিব পাৰিব ৷

2008 চনৰ গোলকীয় মন্দাৱস্থাত, শ্বেয়াৰ, হেজ ফাণ্ড, ৰিয়েলটি, সামগ্ৰী আৰু সকলো বিনিয়োগে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ অৱশ্যে, ডিচেম্বৰ 2007 ৰ পৰা ফেব্ৰুৱাৰী 2009 লৈ কেৱল সোণৰ ওপৰত এই মন্দাৱস্থাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল ৷

ভাৰতীয় বিনিয়োগকাৰীসকলৰ বাবে বিভিন্ন ধৰণৰ সোণৰ পৰিকল্পনা বাচনি কৰাৰ সুযোগ উপলব্ধ হৈছে ৷ বিনিয়োগকাৰীৰ লগতে প্ৰণালীবদ্ধভাৱে সোণৰ ইটিএফ আৰু দীৰ্ঘম্যাদী বিনিয়োগ বাচনি কৰিব পাৰে । সোণৰ ইটিএফ গোটবোৰে ভাৰতীয় বজাৰত সোণৰ হাৰ প্ৰতিফলিত কৰে ৷ যেতিয়া এই ইটিএফবোৰ ক্ৰয় কৰা হয়, ইয়াৰ অৰ্থ হৈছে ডেমেট একাউণ্টত সোণ ডিজিটেল ৰূপত ৰখা হয় ৷ মুকলি বজাৰৰ শ্বেয়াৰৰ দৰেই এই সোণৰ ইটিএফ গোটবোৰ ক্ৰয় আৰু বিক্ৰী কৰিব পাৰে ৷

লগতে পঢ়ক: Take decision about financial worries : দীপাৱলীৰ সময়ত কি ধৰণৰ বিত্তীয় চিন্তা কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.