ETV Bharat / bharat

পেট্ৰ’ল-ডিজেলৰ মূল্যই গঢ়িলে ৰেকৰ্ড

author img

By

Published : Oct 2, 2021, 1:20 PM IST

শনিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে মেট্ৰ’ চহৰসমূহত বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷

Fuel prices hiked for 3rd consecutive day across metros
পেট্ৰ’ল-ডিজেলৰ মূল্যই গঢ়িলে ৰেকৰ্ড

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ : শনিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে মেট্ৰ’ চহৰসমূহত বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যই গঢ়িলে ৰেকৰ্ড ৷ ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত 25 পইচাকৈ বৃদ্ধি পাই মূল্য হয়গৈ 102.14 টকা ৷

একেদৰে মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লত 24 টকাকৈ বৃদ্ধি হৈ হয়গৈ 108.19 টকা ৷ সমান্তৰালকৈ কলকাতাত প্ৰতি লিটাৰত 30 পইচা বৃদ্ধি হৈ 102.77 টকা আৰু চেন্নাইত 99.80 টকা হয় ৷

আনহাতে, ডিজেলত প্ৰতিলিটাৰত প্ৰায় 30 পইচা বৃদ্ধি হয় ৷ শনিবাৰে দিল্লীত ডিজেলৰ মূল্য হয় 90.47 টকা, মুম্বাইত 98.16 টকা, কলকাতাত 93.57 টকা আৰু চেন্নাইত 95.02 টকা ৷

লগতে পঢ়ক : ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.