ETV Bharat / bharat

এনএলএফটিৰ 4গৰাকী বিদ্ৰোহী কেডাৰৰ আত্মসমৰ্পন - নিৰাপত্তাবাহিনী

বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ কেডাৰে ত্ৰিপুৰাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পন কৰিছে । এনএলএফটিৰ বিদ্ৰোহী কেইগৰাকীয়ে চুবুৰীয়া দেশখনৰ এটা কেম্পৰ পৰা ৩১ জানুৱাৰিত পলাই আহিছিল বুলি জানিব পৰা গৈছে ।

four-nlft-ultras-surrender-before-police
এনএলএফটিৰ 4গৰাকী বিদ্ৰোহী কেডাৰৰ আত্মসমৰ্পন
author img

By

Published : Feb 12, 2021, 5:27 PM IST

আগৰতলা, 12 ফেব্ৰুৱাৰী: বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত চাৰিগৰাকী নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰাৰ কেডাৰে ত্ৰিপুৰাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পন কৰিছে । বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত এনএলএফটিৰ বিদ্ৰোহী কেইগৰাকীয়ে চুবুৰীয়া দেশখনৰ এটা কেম্পৰ পৰা ৩১ জানুৱাৰিত পলাই আহিছিল বুলি জানিব পৰা গৈছে ।

নিৰাপত্তাবাহিনীৰ আগত আত্মসমৰ্পন কৰা এনএলএফটি বিদ্ৰোহী কেডাৰ কেইজন হৈছে ক্ৰমে: শেঠী দেৱবৰ্মা, ৰাজীৱ দেৱবাৰ্মা, বিশাৰাম ৰেং লালং আৰু জামিনা ৰেয়াং বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী কেইগৰাকীয়ে ৩১ জানুৱাৰিত বাংলাদেশৰ ৰাঙামাটি জিলাৰ বগাইচাৰিত থকা কেম্পৰ পৰা পলায়ন কৰিছিল । আত্মসমৰ্পন কৰা আটাইকেইগৰাকী বিদ্ৰোহী ত্ৰিপুৰাৰ বাসিন্দা বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.