ETV Bharat / bharat

প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ - মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰুপ্পা

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চেন্নাম্মা COVID-১৯ পজিটিভ । সম্প্ৰতি তেওঁলোক হোম কোৱাৰেন্টাইনত আছে । যোৱা কেইদিনমান ধৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলো লোককে পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে দলৰ কৰ্মী আৰু শুভাকাংক্ষীসকলক আতংকিত নহ'বলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী  এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ

author img

By

Published : Mar 31, 2021, 4:36 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু তেওঁৰ পত্নী চেন্নাম্মা COVID-১৯ পজিটিভ । এই কথা খোদ টুইটযোগে জনায় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । সম্প্ৰতি তেওঁলোক হোম কোৱাৰেন্টাইনত আছে । যোৱা কেইদিনমান ধৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলো লোককে পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে দলৰ কৰ্মী আৰু শুভাকাংক্ষীসকলক আতংকিত নহ'বলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী  এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ
প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ

মন্ত্ৰীগৰাকীৰ লগতে পত্নীৰ স্বাস্থ্যৰ খবৰ লাভ কৰাৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনযোগে দেৱগৌড়া আৰু চেন্নাম্মাৰ খবৰ লয় । লগতে টুইটযোগেও দুয়োৰে আশু-আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে । ইফালে, মুখ্যমন্ত্ৰী বি এছ য়েদিয়েৰুপ্পাই দেৱগৌড়া আৰু তেওঁৰ পত্নীৰ আশু আৰোগ্য কামনা কৰে । বিগত বৰ্ষতো ভালেকেইগৰাকী মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী COVID-১৯ ত আক্ৰান্ত হৈছিল । কৰ্ণাটকতো COVID-19 ৰ দ্বিতীয় প্ৰৱাহ আৰম্ভ হৈছে ।

টুইটযোগে আশু আৰোগ্য কামনা মোডীৰ
টুইটযোগে আশু আৰোগ্য কামনা মোডীৰ

উল্লেখ্য যে, মংগলবাৰে কৰ্ণাটকত ২,৯৭৫ টা নতুনকৈ COVID-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে ২১ জনৰ মৃত্যু হয় । ৰাজ্যখনত এতিয়ালৈ মুঠ ৯,৯২,৭৭৯ জন COVID-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১২,৫৪১ জনৰ মৃত্যু হয় ।

লগতে পঢ়ক: কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক বিশেষভাৱে গুৰুত্ব দিছে: পীযুষ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.