ETV Bharat / bharat

Exit polls predict Modi march in Gujarat and Himachal: মোডীৰ পক্ষত এক্সিট প’ল - Gujarat Exit poll live update

গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰাৰ পিছতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ প্ৰাৰম্ভিক এক্সিট প’লে বিজেপিয়েই শেষ হাঁহি মৰাৰ ইংগিত দিছে (Exit polls predict Modi march)৷

Exit polls predict Modi march in Gujarat, Himachal; AAP fails to overtake Cong
Exit polls predict Modi march in Gujarat and Himachal: মোডীৰ পক্ষত এক্সিট প’ল
author img

By

Published : Dec 5, 2022, 10:32 PM IST

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে সন্ধিয়া ৫:৩০ বজাত সামৰণি পৰে (Gujarat Assembly Polls 2022) ৷ ভোটগ্ৰহণ সামৰণি পৰাৰ পিছতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ প্ৰাৰম্ভিক এক্সিট প’লে বিজেপিয়ে শেষ হাঁহি মৰাৰ ইংগিত বহন কৰিছে (Exit polls predict Modi march)৷ TV9 গুজৰাটী আৰু ৰিপাব্লিক টিভিৰ দ্বাৰা কৰা হৈছিল এই এক্সিট প’ল ৷

গুজৰাটত মুঠ ১৮২ টা সমষ্টিত ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ত ৮৯ টা আৰু ৫ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ত 9৩ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয় (Gujarat Assembly Polls)৷ ইফালে হিমাচল প্ৰদেশত ৬৮ টা সমষ্টিত ১২ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় (Himachal Assembly polls 2022) ৷

গুজৰাট এক্সিট প'ল লাইভ আপডেট (Gujarat Exit poll live update)

নিউজ এক্স - জান কি বাত: বিজেপি: ১১৭-১৪০ খন আসন, কংগ্ৰেছঃ ৩৪-৫১ খন আসন, আপ: ৬-১৩ খন আসন, অন্যান্য: ১-২ খন আসন

ৰিপাব্লিক টিভি: বিজেপি: ১২৮-১৪৮ খন আসন, কংগ্ৰেছঃ ৩০-৪২ খন আসন, এএপি: ২-১০ খন আসন, অন্যান্য: ০-৩ খন আসন

টিভি৯: বিজেপি: ১২৫-১৩০ খন আসন, কংগ্ৰেছ: ৩০-৪০ খন আসন, এএপি: ৩-৫ খন আসন, অন্যান্য: ৩-৭ খন আসন

হিমাচল এক্সিট প'ল (Himachal Exit poll live update)

নিউজ এক্স - জান কি বাত: বিজেপি: ৩২-৪০ খন আসন, কংগ্ৰেছঃ ২৭-৩৪ খন আসন, আপ: ০ খন আসন, অন্যান্য: ১-২ খন আসন

ৰিপাব্লিক টিভি: বিজেপি: ৩৪-৩৯ খন আসন, কংগ্ৰেছঃ ২৮-৩৩ খন আসন, আপ: ০-১ খন আসন, অন্যান্য: ১-৪ খন আসন

এক্সিছ - মাই ইণ্ডিয়া: বিজেপি: ২৪-৩৪ খন আসন, কংগ্ৰেছ: ৩০-৪০ খন আসন, আপ: ০ খন আসন, অন্যান্য: ৪-৮ খন আসন

জি নিউজ -বাৰ্ক: বিজেপি: ৩৫-৪০ খন আসন, কংগ্ৰেছঃ ২০-২৫ খন আসন, আপ: ০-৩ খন আসন, অন্যান্য: ১-৫ খন আসন

ইণ্ডিয়া টিভি - মেট্ৰিজ: বিজেপি: ৩৫-৪০ খন আসন, কংগ্ৰেছঃ ২৬-৩১ খন আসন, আপ: ০ খন আসন, অন্যান্য: ০-৩ খন আসন

টাইমছ নাও - ইটিজি: বিজেপি: ৩৪-৪২ খন আসন, কংগ্ৰেছঃ ২৪-৩২ খন আসন, আপ: ০ খন আসন, অন্যান্য: ১-৩ খন আসন

লগতে পঢ়ক: Gujarat Assembly Polls: গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.