ETV Bharat / bharat

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ পৰলোকপ্ৰাপ্তি - কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সতীশ সিঙৰ

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ পৰলোকপ্ৰাপ্তি ৷ 87 বছৰ বয়সত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সিঙৰ ৷

87 বছৰ বয়সত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সিঙ
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Nov 2, 2020, 6:16 PM IST

নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শোষিত সমাজ দলৰ নেতা সতীশ প্ৰসাদ সিঙৰ আজি দিল্লীত মৃত্যু হয় ৷ 87 বছৰ বয়সত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ অতি কম সময়ৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল সতীশ প্ৰসাদ সিঙে ৷

উল্লেখ্য যে, কেৱল পাঁচদিনৰ বাবে 1968 চনৰ 28 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল সিং ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ তথা বিধানসভাৰ অধ্যক্ষ বিজয় চৌধুৰীয়ে ৷

লগতে পঢ়ক : কৰ্ণাটকত আত্মৰক্ষাৰ বাবে হত্যাৰ অভিযুক্তলৈ গুলীচালনা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.