ETV Bharat / bharat

ছত্তীশগড়ত এজন জোৱান নিহত হোৱাৰ লগতে চাৰি জন জোৱান আহত

author img

By

Published : Apr 3, 2021, 5:51 PM IST

ছত্তীশগড়ৰৰ বিজাপুৰ জিলাত হোৱা এক সংঘৰ্ষত নিৰাপত্তা বাহিনী আৰু নগলসকলৰ এজন জোৱান নিহত হোৱাৰ লগতে ৪ জন জোৱান আহত হৈছে ।

encounter-between-security-forces-and-naxals-in-chhattisgarh
ছত্তীশগড়ত এজন জোৱান নিহত হোৱাৰ লগতে চাৰি জন জোৱান আহত

নেছনেল ডেস্ক, 3 এপ্ৰিল: শনিবাৰে ছত্তিশগড়ৰৰ বিজাপুৰ জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালৰ মাজৰ সংঘৰ্ষত এজন জোৱান নিহত হোৱাৰ লগতে চাৰিজনকৈ জোৱান গুৰুতৰভাৱে আহত হয় ৷

ছত্তিশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান ডি এম আৱস্থানীয়ে জানিবলৈ দিয়া মতে বিগত এঘন্টা ধৰি তাৰেমৰ অৰণ্যত তীব্ৰ সেনা আৰু নক্সালবাদী সকলৰ মাজত তীব্ৰ গুলিয়াগুলি সংঘটিত হৈ আছে ৷

নক্সালৰ বিৰুদ্ধে এতিয়াও অভিযান অব্যাহত ৷ এই অভিযানত কোনো নক্সালবাদী নিহত হৈছে নে নাই সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : আমগুৰিৰ চৌদিশে এতিয়া বিহুৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.