- গোৱাত কংগ্ৰেছ দলত মোক্ষম আঘাত
- আঠ গৰাকীকৈ বিধায়ক কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু গোৱাত
- আজি বিজেপিত যোগ দিব 8 গৰাকী বিধায়কে
- মুঠ 11 গৰাকী কংগ্ৰেছ বিধায়ক আছিল গোৱা বিধানসভাত
- ইতিমধ্যে বিধানসভা চৌহদত বৃহৎ সংখ্য আৰক্ষী মোতায়েন কৰা হৈছে
গোৱাত গেৰুৱা বসন পিন্ধিব 8 কংগ্ৰেছ বিধায়কে - Big blow to Congress in Goa
গোৱাত কংগ্ৰেছত খহনীয়া ৷ আঠ গৰাকীকৈ বিধায়কে কংগ্ৰেছ ত্যাগ কৰি যোগ দিব বিজেপিত ৷

Big blow to Congress in Goa

TAGGED:
Big blow to Congress in Goa