ETV Bharat / bharat

পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ

বিহাৰৰ চিৱান জিলাত এজন লোকে তেওঁৰ চাৰিওটা সন্তানক হানি খুচি হত্য়া কৰাৰ লগতে পত্নী আৰু পঞ্চমটো সন্তানক গুৰুতৰভাৱে আহত কৰে । দম্পতীহালৰ ৫ সন্তানৰ ভিতৰত 3 টা পুত্ৰ সন্তান আৰু ২কন্য়া সন্তানে ঘটনাস্থলীতে মৃত্য়ুক সাৱটি লয় ।

পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ
পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ
author img

By

Published : Dec 1, 2020, 8:05 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: এজন লোকে তেওঁৰ চাৰিওটা সন্তানক হানি খুচি হত্য়া কৰাৰ লগতে পত্নী আৰু পঞ্চমটো সন্তানক গুৰুতৰভাৱে আহত কৰে । এই ঘটনা সংঘটিত হৈছে বিহাৰৰ চিৱান জিলাত । মঙলবাৰে এই বিষয়ে জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ।

পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ
পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ

ভগবানপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া মতে, অভিযুক্ত অৱধেশ চৌধুৰী বলহা আলীমৰ্দানপুৰ গাঁৱৰ নিবাসী । অভিুক্তই চোকা অস্ত্ৰৰে তেওঁৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে ।

দম্পতীহালৰ ৫ সন্তানৰ ভিতৰত 3 টা পুত্ৰ সন্তান আৰু ২কন্য়া সন্তানে ঘটনাস্থলীতে মৃত্য়ুক সাৱটি লয় । আনহাতে পত্নী আৰু পঞ্চমটো সন্তান অতি গুৰুতৰভাৱে আহত হয় । এই ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানেও জানিব পৰা যোৱা নাই ।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, আহক লোক কেইগৰাকীক নিকটৱৰ্তী এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু তেওঁলোকৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে পাটনাৰ এখন চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.