ETV Bharat / bharat

Period Pain: আপুনি জানেনে এই ৫টা কাৰণত বৃদ্ধি হ'ব পাৰে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ - ৫টা বস্তুৱে ঋতুস্ৰাৱৰ বিষ বৃদ্ধি কৰিব পাৰে

ছোৱালী বা মহিলাই প্ৰতিদিনে এনে কিছুমান বস্তু গ্ৰহণ কৰে, যিয়ে তেওঁলোকৰ ঋতুস্ৰাৱৰ বিষ অধিক বৃদ্ধি কৰাৰ কাম কৰে । এইবোৰক বেয়া অভ্যাস বুলিও ক’ব পাৰি । এই প্ৰতিবেদনত আমি আপোনালোকক জনাম এই পাঁচটা ভুলৰ বিষয়ে যিয়ে আপোনাৰ ঋতুস্ৰাৱৰ বিষ বৃদ্ধি কৰিব পাৰে ৷

do you know These 5 things work to increase period pain
আপুনি জানেনে এই ৫টা কাৰণত বৃদ্ধি হ'ব পাৰে ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ
author img

By

Published : Mar 27, 2023, 6:27 PM IST

ছোৱালী বা মহিলাই প্ৰতিদিনে এনে কিছুমান বস্তু গ্ৰহণ কৰে, যিয়ে তেওঁলোকৰ ঋতুস্ৰাৱৰ বিষ অধিক বৃদ্ধি কৰাৰ কাম কৰে । এইবোৰক বেয়া অভ্যাস বুলিও ক’ব পাৰি । এই প্ৰতিবেদনত আমি এই পাঁচটা ভুলৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো-

ছোৱালী বা মহিলাই প্ৰতিদিনে এনে কিছুমান বস্তু গ্ৰহণ কৰে, যিয়ে তেওঁলোকৰ ঋতুস্ৰাৱৰ বিষ অধিক বৃদ্ধি কৰাৰ কাম কৰে । এইবোৰক বেয়া অভ্যাস বুলিও ক’ব পাৰি(Period Pain)। সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিত এই কথা উল্লেখ কৰা হৈছে(Women Health Tips) ৷

সাধাৰণতে প্ৰতিগৰাকী মহিলা বা ছোৱালীয়ে নভবা-নিচিন্তাকৈ এইবোৰ কৰে আৰু মাহেকীয়াৰ সময়ত তেওঁলোকে বহুত বিষ অনুভৱ কৰে । এই প্ৰতিবেদন আমি এই পাঁচটা ভুলৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো(Period Products)।

  • অস্বাস্থ্যকৰ খাদ্য

২০১৮ চনৰ এক অধ্যয়নত প্ৰায় ৭০ গৰাকী বিশ্ববিদ্যালয়ৰ ছোৱালীক অন্তৰ্ভুক্ত কৰা হৈছিল । তুৰ্কীৰ গৱেষকসকলে নিমখীয়া জলপান আৰু মিঠাইৰ প্ৰতি আসক্ত হোৱাসকলৰ ঋতুস্ৰাৱৰ বিষ বেছি হোৱা বুলি জানিব পৰা গৈছে । এই অস্বাস্থ্যকৰ খাদ্যৰ পৰিৱৰ্তে ওমেগা-৬ ফেটি এচিড থকা বস্তুবোৰক খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব লাগে । ফাষ্ট ফুড এৰি আটাৰে তৈয়াৰী শাক-পাচলি আৰু খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক ।

  • মানসিক চাপ

মানসিক চাপৰ বাবে শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয় আৰু ইয়াৰ বাবে আনকি ঋতুস্ৰাৱ চক্ৰতো বিঘ্নিত হয় । মানসিক চাপ অৰ্থাৎ টেনচনে শৰীৰৰ স্বাস্থ্য বহু দিশত নষ্ট কৰে(Women Health)। যদি প্ৰতিমাহে অত্যধিক ঋতুস্ৰাৱৰ বিষ হয়, তেন্তে ইয়াৰ আঁৰৰ এটা কাৰণ হ’ব পাৰে মানসিক চাপ ।

  • ধূমপানৰ অভ্যাস

সকলোৱে জানে যে ধূমপান আমাৰ হাওঁফাওঁৰ বাবে বিষৰ সমান, কিন্তু তথাপিও মানুহ ইয়াৰ প্ৰতি আসক্ত হৈ পৰে । বিশেষজ্ঞসকলৰ মতে চিগাৰেটৰ অভ্যাসে শৰীৰত বহু পৰিৱৰ্তন ঘটায় আৰু ই ঋতুস্ৰাৱ চক্ৰতো প্ৰভাৱ পেলায় । এনে পৰিস্থিতিত বিষ বৃদ্ধি হোৱাটো নিশ্চিত ।

  • গধুৰ ওজন

গৱেষকৰ মতে, আপুনি অতিৰিক্ত ওজন বা গধুৰ ওজন হ’লেও ঋতুস্ৰাৱৰ বিষ বৃদ্ধি পাব পাৰে । অষ্ট্ৰেলিয়াৰ চিকিৎসকে প্ৰায় ১৩ বছৰ ধৰি অধ্যয়ন কৰি দেখিলে যে যিসকল মহিলাই ওজন কমাবলৈ চেষ্টা কৰে তেওঁলোকৰ মাহেকীয়া কম হয় । চিকিৎসকে কয় যে ঋতুস্ৰাৱৰ বিষ আৰু ওজনৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও বহু তত্ত্বত ইয়াৰ কথা উল্লেখ কৰা হৈছে ।

  • কোনো ধৰণৰ জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা

জন্ম নিয়ন্ত্ৰণৰ সময়ত মহিলাসকলে ঋতুস্ৰাৱ বিষ হোৱাৰ অভিযোগ কৰে যদিও কিছুমান বিশেষ প্ৰকাৰে লক্ষণসমূহ আৰু বেয়া কৰি তুলিব পাৰে । NHSৰ মতে, কপাৰ কইল হৈছে এক প্ৰকাৰৰ জন্ম নিয়ন্ত্ৰণ যাৰ ফলত গধুৰ মাহেকীয়া হ’ব পাৰে ।

লগতে পঢ়ক: Chaitra Navratri 2023: উপবাসৰ সময়ত আপোনাৰ কামত আহিব এই ৫টা টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.