ETV Bharat / bharat

Mahashivratri 2023: এই ৫ বিধ সামগ্ৰী অৰ্পণ কৰিলে ৰুষ্ট হ'ব পাৰে মহাদেৱ; জানি লওক ইয়াৰ কাৰণ

author img

By

Published : Feb 15, 2023, 7:46 PM IST

শাস্ত্ৰ অনুসৰি মহাদেৱক পূজা কৰাৰ সময়ত কিছুমান নিয়ম মানি চলাটো খুবেই প্ৰয়োজনীয় । এনে কিছুমান সামগ্ৰী আছে যিসমূহ শিৱলিংগত একেবাৰেই আগবঢ়োৱা উচিত নহয় । এই সমাগ্ৰীসমূহ নো কি আৰু কিয় ইয়াক মহাদেৱক আগবঢ়োৱা নহয় জানো আহক ।

Do not offer these 5 things to Lord Shiva at all difficulties will increase
এই ৫বিধ সামগ্ৰী অৰ্পণ কৰিলে ৰুষ্ট হ'ব পাৰে মহাদেৱ, জানি লওক ইয়াৰ কাৰণ

নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী: ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি উৎসৱ ধুমধামেৰে পালন কৰা হয় (Mahashivratri 2023)। এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা সৰ্বৰ্থ সিদ্ধি যোগৰ সমান্তৰালকৈ অতি বিশেষ যোগৰ গঢ় লৈ উঠিছে (Mahashivratri 2023 timing)। মহাশিৱৰাত্ৰিৰ দিনা এনেদৰে ভগৱান শিৱক আৰাধনা কৰিলে লাভ কৰিব শুভ ফল (Mahashivratri 2023 significance)। শাস্ত্ৰ অনুযায়ী মহাশিৱৰাত্ৰিৰ দিনা শিৱক পূজা কৰোঁতে কিছুমান বিশেষ ক্ষেত্ৰত ধ্যান দিয়াটো উচিত ৷ শাস্ত্ৰ অনুযায়ী কিছুমান সামগ্ৰী আছে যিসমূহ মহাদেৱক অৰ্পণ কৰাটো সম্পূৰ্ণ বৰ্জিত (These items should not be offered to Shivling)।

এইসমূহ সামগ্ৰী শিৱলিংগত আগবঢ়াব নালাগে

  • হালধি আগবঢ়াব নালাগে

ভগৱান শিৱৰ পূজা আৰাধনা কৰোঁতে হালধি আগবঢ়াব নালাগে (Mahashivratri 2023 Date)। কাৰণ হালধিক নাৰীৰ উপাদান বুলি গণ্য কৰা হয় । মহিলাসকলে ইয়াক সৌন্দৰ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে ।

  • সেন্দুৰ বা ৰলি

সেন্দুৰ, কুমকুম বা ৰলি ভগৱান শিৱক, শিৱলিংগত অৰ্পণ কৰিব নালাগে । কাৰণ ইয়াক ষোল্লটা শ্ৰিংগাৰৰ ভিতৰত এটা বুলি গণ্য কৰা হয়, যাক হিন্দু ধৰ্মত প্ৰত্যেকগৰাকী অৰ্ধাংগিনীয়ে নিজৰ শিৰত ধাৰণ কৰে ।

  • তুলসী

তুলসীও ভগৱান শিৱক অৰ্পণ কৰিব নালাগে । পৌৰাণিক কথা অনুসৰি মা তুলসীৰ নাম আছিল বৃন্দা, যি জলন্ধৰ অসুৰৰ পত্নী আছিল । জলন্ধৰ অসুৰৰ হুলস্থুলত অশান্ত ভগৱান শিৱই তেওঁক হত্যা কৰে । এনে অৱস্থাত বৃন্দাই দুখী হৈ ভগৱান শিৱক অভিশাপ দিলে যে মই তোমাৰ পূজাত ব্যৱহাৰ নহ’ম । এই বাবেই তুলসী ভগৱান শিৱক অৰ্পণ কৰা নহয় ।

  • নাৰিকল

শিৱলিংগত নাৰিকল আৰু নাৰিকল পানী আগবঢ়োৱা নহয় । কাৰণ নাৰিকলৰ নাম শ্ৰীফল, যিটো মা লক্ষ্মীৰ স্বৰূপ হয় ।

  • এই ফুলবোৰ নিবেদন নকৰিব

কেতেকী ফুল ভগৱান শিৱক অৰ্পণ কৰিব নালাগে । কাৰণ ব্ৰহ্মাক সমৰ্থন কৰি কেতেকীৰ আগত মিছা কথা কৈছিল । ইয়াৰ কাৰণে মহাদেৱে তেওঁক অভিশাপ দিছিল যে মহাদেৱৰ পূজাত তোমাক ব্যৱহাৰ কৰা নহ’ব । ইয়াৰ বাহিৰেও ৰঙা ৰঙৰ ফুল, কনেৰ, চম্পা, পদুম আদিও ভগৱান শিৱক অৰ্পণ কৰা নহয় ।

লগতে পঢ়ক: Jyotirlinga controversy: ৰাষ্ট্ৰীয় পৰ্যায়ত জ্যোতিৰ্লিংগ বিতৰ্কত অসম চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.