ETV Bharat / bharat

দিল্লী আৰক্ষীৰ জালত 13 জন ৰোহিংগীয়া

author img

By

Published : Jan 17, 2021, 8:27 PM IST

দিল্লী আৰক্ষীয়ে প্ৰায় 13জন ৰোহিংগীয়াক আটক কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ৰোহিংগীয়া কেইজনৰ বিৰুদ্ধে পাটপাৰগাঞ্জ আৰু উত্তম নগৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

দিল্লী আৰক্ষীয়ে আটক কৰে 13জন ৰহিংগীয়া
দিল্লী আৰক্ষীয়ে আটক কৰে 13জন ৰহিংগীয়া

নতুন দিল্লী, 17 জানুৱাৰী : ভাৰতত বৰ্তমানেও মাৰ যোৱা নাই ৰোহিংগিয়াৰ সমস্যা ৷ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি আটক হয় প্ৰায় 13জন ৰোহিংগীয়া ৷ এই ৰোহিংগীয়া শৰণাৰ্থী কেইজনক ইতিমধ্যে দিল্লী আৰক্ষীয়ে দেওবাৰে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে ৷ আনকি আটকাধীন ৰোহিংগীয়া কেইজনৰ নাছিল কোনো ভাৰতীয় পৰিচয় প্ৰমাণ পত্ৰ ৷ এই ৰোহিংগীয়া কেইজনৰ বিৰুদ্ধে পাটপাৰগাঞ্জ আৰু উত্তম নগৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

দিল্লীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই মন্তব্য কৰিছে যে আটকাধীন ৰোহিংগীয়া কেইজনক আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত আটক কৰা হৈছে ৷ এই বিষয়টোৰ সম্পূৰ্ণ তদন্ত নোহোৱালৈকে আটকাধীন ৰোহিংগীয়া কেইজনক ডিটেইনচন কেম্পতেই ৰখা হ'ব ।

লগতে পঢ়ক : গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাত মিছা কথাকৈ মহিলা গোটোৱাৰ অভিযোগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.