ETV Bharat / bharat

মধ্য প্ৰদেশৰ সুৰা ট্ৰেজেডিত মৃতকৰ সংখ্যা 21 লৈ বৃদ্ধি

author img

By

Published : Jan 13, 2021, 8:14 PM IST

মৰেনাৰ বিষাক্ত সুৰা ট্ৰেজেডিত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে ৷ মধ্য প্ৰদেশৰ প্ৰশাসনিক এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ ইতিমধ্যে এই সুৰা ট্ৰেজেডিৰ লগত জড়িত 7 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

Death toll rises to 21 in Madhya Pradesh spurious liquor case
মধ্য প্ৰদেশৰ সুৰা ট্ৰেজেডিত মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,13 জানুৱাৰী : মধ্য প্ৰদেশৰ মৰেনাৰ বিষাক্ত সুৰা ট্ৰেজেডিত মৃত্যু হোৱা লোকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে ৷ মধ্য প্ৰদেশৰ প্ৰশাসনিক এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

ASP হাংসৰাজ সিঙে ইটিভি ভাৰতৰ আগত সদৰি কৰা মতে এই সুৰা ট্ৰেজেডিৰ লগত জড়িত 7 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ অভিষুক্ত আটাইকেইজন পলাতক অৱস্থাত আছে ৷ এই অভিযুক্ত কেইজনৰ তথ্য দিব পৰা লোকৰ বাবে 10000 টকা পুৰস্কাৰ ঘোষণা কৰা কথাও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনা সন্দৰ্ভত এখন তৎকালীন বৈঠক অনুষ্ঠিত কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:সামৰিক মৰ্যাদাৰে শেষ বিদায় কেপ্তেইন অংকিত গুপ্তাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.