ETV Bharat / bharat

Daily horoscope for 9th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 9, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 9th November 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ব ৷ মানসিক আৰু শাৰীৰিক স্থিতি সবল হ’ব ৷ ঘৰুৱা পৰিৱেশ ভাল হৈ থাকিব ৷ প্ৰিয়জনক লগ কৰিব পাৰে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত আপুনি স্বাস্থ্যত কিছু পৰিৱৰ্তন লক্ষ্য কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ অধিক ভোজন নকৰিব ৷

বৃষ ৰাশি: বিভ্ৰান্ত মনে কষ্টত পেলাব পাৰে ৷ পানী লগা-কাঁহ-জ্বৰ হ’ব পাৰে ৷ ধৰ্মীয় কামত খৰচ বৃদ্ধি ৷ প্ৰিয়জনৰ পৰা বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্থিতি সবল হ’ব ৷

মিথুন ৰাশি: বন্ধুসকলৰ পৰা উপকৃত হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে ৷ আৰ্থিক লাভ বৃদ্ধি ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ চৰকাৰী পোৱাৰ সম্ভাৱনা আছে ৷ ধৰ্মীয় ক্ৰিয়াকলাপত অতিৰিক্তভাৱে যুক্ত হৈ থকাটো ভাল নহ’বও পাৰে ৷ আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে থাকক ৷

কৰ্কট ৰাশি: পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰিব পাৰে ৷ অতিৰিক্ত কামৰ হেঁচাত ভাগৰি যাব পাৰে ৷ সৰুসুৰা ভ্ৰমণ কৰিব পাৰে ৷

সিংহ ৰাশি: দিনটো উদ্বিগ্ন হৈ থাকিব ৷ মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা হৈ থাকিব পাৰে ৷ অনাৱশ্যক কাজিয়া বিবাদ এৰাবলৈ নিজৰ আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ কাজিয়া এৰাই চলিবলৈ নিজৰ কথা-বতৰা নিয়ন্ত্ৰণ ৰাখক ৷ স্বাস্থ্য অলপ বেয়া হ’ব পাৰে ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ দাম্পত্য জীৱনৰ সন্তুষ্টিয়ে অধিক আনন্দ কঢ়িয়াই আনিব ৷ আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

বৃশ্চিক ৰাশি: বিভিন্ন ধৰণৰ কামকাজত ব্যস্ত হৈ থাকিব ৷ দিনটো খুব উৎসাহপূৰ্ণ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভ বৃদ্ধি ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ প্ৰশংসা লাভ কৰিব ৷

ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ মধ্যাহ্ন ভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব ৷ অলপ নমনীয় হওঁক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত ল’ব পাৰে ৷ খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব ৷ মধ্যাহ্নৰ পিছত বা সন্ধিয়া পৰিস্থিতি সলনি হ’ব ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷

মীন ৰাশি: অত্যাধিক আৰ্থিক ব্যয় বৃদ্ধি ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সন্মূখীন হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.