ETV Bharat / bharat

Daily horoscope for 8th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 8, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 8th November 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো সৌভাগ্যশালী ৷ পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় ৷ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক ৷

বৃষ ৰাশি: পৰিয়ালৰ মাজত সংঘাত হ’ব পাৰে ৷ কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাব ৷ প্ৰচণ্ড দুশ্চিন্তা হ’ব ৷ ইয়ে কামত বাধা সৃষ্টি কৰিব পাৰে ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে দিনটো বৰ ভাল ৷ বিনিয়োগৰ পৰা অত্যাধিক লভ্যাংশ পাব ৷ বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব ৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব, তেওঁলোকৰ পদোন্নতি হ’ব পাৰে, কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ৷

কৰ্কট ৰাশি: গ্ৰহঅনুকূল অৱস্থানত বিৰাজ কৰি আছে ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল আজি সৌভাগ্যবান৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সন্মান বৃদ্ধি হ’ব ৷ আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ ধৈৰ্য ধৰি থাকক ৷ গ্ৰহ শুভ ৷ দিনটো এলেহুৱা আৰু গোমা কৰি ৰাখিব ৷ অত্যধিক চিন্তাত পৰিব ৷ শৰীৰ ভালে নাযাব বা ভাগৰুৱা লাগি থাকিব ৷ কোনোবাৰ কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব ৷ তৰ্ক-বিতৰ্ক কৰাৰ পৰা দূৰত থাকক ৷

কন্যা ৰাশি: ব্যয় বৃদ্ধি হ’ব ৷ পৰিস্থিতি হতাশাজনক হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ ধৈৰ্য ধৰিব ৷

তুলা ৰাশি: প্ৰেমত শুভ ৷ বিবাহিতসকলৰ বাবে শুভ৷ অবিবাহিতসকলৰ বাবে গ্ৰহ উজ্জ্বল হৈ আছে ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ দিনটো আনন্দদায়ক হ’ব ৷ ব্যৱসায়ী আৰু বৃত্তিধাৰী সকলৰ বাবে সময়টো বৰ ভাল ৷ সামাজিক মান বৃদ্ধি পাব ৷

বৃশ্চিক ৰাশি: নিজকে তজবজীয়া অনুভৱ কৰিব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ পিতৃ-মাতৃৰ পৰা উৎসাহজনক সংবাদ পাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

ধনু ৰাশি: গ্ৰহ ভালে থাকিব ৷ অসুস্থ হৈ পৰিব ৷ মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে ৷ খোৱা লোৱা সম্বন্ধে সতৰ্ক থাকিব ৷ হজম সম্বন্ধীয় অসুখ হোৱাৰ যোগ আছে ৷

মকৰ ৰাশি: এলেহুৱা অনুভৱ হ’ব ৷ যাৰ ফলত নিস্তেজ আৰু নিশকতীয়া অনুভৱ কৰিব ৷ দিনটোত বহু সমস্যা ভুগিবলগীয়া হ’ব ৷ ধৈৰ্য ধৰি থাকক আৰু সতৰ্ক থাকক ৷ সাৱধানে থাকক ৷

কুম্ভ ৰাশি: নেতিবাচক চিন্তা আঁতৰব ৷ দিনটো আনন্দদায়ক হৈ উঠিব ৷ দিনটো সৌভাগ্য কঢ়িয়াই আনিব ৷ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: দিনটো মধ্যমীয়া৷ গ্ৰহৰ অৱস্থান সামান্য উন্নত হৈছে ৷ স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক ৷ মানসিক স্বাস্থ্য ভালে থাকিব ৷ নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.