ETV Bharat / bharat

Daily Horoscope For 8th June: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

author img

By

Published : Jun 8, 2023, 5:06 AM IST

Daily Horoscope For 8th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আপোনাৰ সকলো আশা আজি গণেশৰ কৃপাত পূৰ হ’ব ৷ পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব আৰু আলোচনাৰ ফল উন্নত হ’ব ৷ ঘৰৰ ভিতৰ মেৰামতি আৰু ৰং কৰাৰ কাম কৰাব পাৰে ৷ মাতৃৰ ফালৰ পৰা ভাল ফল লাভ কৰিব ৷ কামৰ বোজা অলপ সময়ৰ বাবে বৃদ্ধি হ’লেও বচৰ উপদেশ মুলক কথা বাৰ্তাত সুফল পাব ৷ চৰকাৰি কামৰ বাবে ভ্ৰমণত যাব লগা হ’ব পাৰে আৰু সেই কামত সফলতা পাব ৷ এই সকলোবোৰৰ মাজতে নিজৰ শৰীৰৰ যত্ন লওক ৷

বৃষ ৰাশি: বিদেশ ভ্ৰমণৰ যোগ আছে সাগৰৰ পাৰ বা তীৰ্থ ভ্ৰমণত যাব পাৰে , ভ্ৰমণে সুফল কঢ়িয়াই আনিব ৷ বেগ বান্ধিবলৈ সাজু হওক , দুৰৈল অলপ দিনৰ কাৰণে যাব লগা হ’ব পাৰে বা নতুন চহৰত নতুন ব্যবসায় আৰম্ভ কৰিব লগা হ’ব ৷ গ্ৰহৰ প্ৰভাৱত আজি আৰম্ভ কৰা নতুন কামত বহুত লাভ দেখা যায় ৷ ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰি নতুন কিবা এটা কৰাৰ প্ৰেৰণা লাভ কৰিব ৷ বিদেশত থকা আপোনাৰ আপুন জনৰ পৰা ভাল খবৰ আশা কৰিব পাৰে ৷ সৰুসুৰা মুৰৰ বিষ আৰু কাহে আপোনাক অলপ দুৰ্বল কৰি তুলিব ৷

মিথুন ৰাশি: সকলো দিন সৰল আৰু বাট পথ গোলাপেৰে ভৰা নহয়, এইটো মনত ৰাখক কাৰন আজিৰ দিনটো আপোনাৰ বাবে সুগম যেন লগা নায় ৷ আজি আপোনাৰ আশাবোৰ মনৰ ভিতৰতে সোমোৱাই ৰাখক ৷ নতুন একো আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অচিনাকি জনৰ লগত ভ্ৰমণত নাযাব ৷যদিহে ডাক্তৰি কিবা কৰিবলগা আছে অলপ দিন ৰৈ দিয়ক ৷ বাদ বিবাদৰ পৰা আতঁৰি থাকক ৷ টকা পইচাৰ অশুবিধাই আপোনাক দিগদাৰি দিব ,গতিকে খৰচৰ ওপৰত চকু ৰাখক কিন্তু খং নুঠাব ৷ খাদ্য দিয়া দেৰি হোৱাৰ বাবেও আপুনাৰ খং উঠিব পাৰে কিন্তু এনে পৰিস্থিতিব সৃস্টি নকৰিব যি আপোনাক বিপদত পেলাই ৷ ধ্যান আৰু ভাল গান শুনি মনক শান্ত ৰখাৰ চেষ্টা কৰক ৷

কৰ্কট ৰাশি: ৰোমান্তিক সময়,সাংস্কৃতিক আদান প্ৰদান , বিনোদন আৰু বজাৰ আদিয়ে আপোনাৰ দিনটো আনন্দিত কৰি ৰাখিব ৷ এইটো এটা শুভ দিন ৷ বিদেশৰ পৰা অহা বেলেগ সংস্কৃতিৰ মানুহক লগ পাব আৰু তেওঁৰ দ্বাৰা আপুনি প্ৰভাবিত হ’ব ৷ এইটোৱে পিচত ভাল ফল প্ৰদান কৰিব ৷ব্যবসায়ত উন্নতি আৰু পাবলগীয়া খিনি লাভ কৰিব ৷ সন্মান বৃদ্ধি হ’ব ৷ ভাল খাদ্য আৰু আনন্দৰে আপোনাৰ সাফল্য সকলোৰে লগত ভগাই লওক ৷ শৰীৰ ভালে যাব আৰু এখন নতুন গাড়ি কিনাৰ যোগ আছে ৷

সিংহ ৰাশি: আপোনাৰ ওপৰত গ্ৰহৰ মিশ্ৰিত প্ৰভাব পৰিব ৷ কায্যক্ষেত্ৰত সহকৰ্মি সকলৰ সহযোগিতা লাভ কৰিব ৷ কিন্তু আপোনি ঘৰুৱা নিয়মিত কামবোৰত কিছু বাধা পাব ৷ মামাৰ ঘৰৰ পৰা কিবা বেয়া খবৰ পাব পাৰে বা কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা বাধা আহিব পাৰে ৷ এই সকলোবোৰি আপোনা উদ্দিগ্ন কৰি তুলিব আৰু আপুনি অমনুযোগি কৰি তুলিব ৷ ঘৰত ডাঙৰ সকলৰ বা কৰ্মক্ষেত্ৰত বচৰ লগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷ সকলোবোৰ যেনেকৈ আছে তেনেকৈয়ে গ্ৰহণ কৰক ,সুখি হ’ব ৷

কন্যা ৰাশি: এইটো এনে এটা দিন যিটো পাৰ হৈ যোৱাই ভাল ৷ সন্তানৰ বাবে আৰু প্ৰিয়জনৰ বাবে চিন্তাই আপোনাক শান্তিত থাকিবলৈ নিদিয়ে ৷ আপোনাৰ শৰীৰ বিশেষকে পেট আৰু লিভাৰৰ অশুখত ভুগিব পাৰে ৷ ব্যায়াম, শৰীৰ আৰু কলাসুলভ কামক বাদ দি আপোনি হথাৎ অহা বিপদ বোৰ থান থিক লগাওতেই সময় যাব ৷ আপোনাৰ প্ৰিয়জনৰ লগত কটোৱা সময়ে আৰু বন্ধুৰ লগত কটোৱা সময়ে আপোনাৰ বাবে ঔষধৰ কাম কৰিব ৷ শান্ত থাকক আৰু কাৰো লগত পৰাপক্ষত বিপদ বোৰৰ কথা আলোচনা নকৰিব ৷ চেয়াৰ আৰু স্টকত পইচা লগোৱাৰ আগতে ভাব চাওক ৷

তুলা ৰাশি: আজি আপোনি নিজকে সংযমহিন যেন অনুভব কৰিব ৷ মানসিক ভাবে দূৰ্বল অনুভব কৰিব আৰু বেছি দুখী অনুভব কৰিব ৷ মাতৃ বা আন কোনো মহিলাৰ সহযোগত আপোনাৰ বিবাহৰ যোগাযোগ হ’ব পাৰে ৷ স্বাস প্ৰস্বাসৰ ব্যায়াম কৰক আৰু প্ৰাৰ্থনা কৰক, যি আপোনাক সবল কৰি তুলিব ৷ পানীৰ পৰা আতৰি থাকক আৰু অলপ দিন সাঁতোৰৰ ক্লাচৰ পৰা অব্যাহতি লওক ৷ৰাতি টোপনি নাহিব গতিকে অলপ সময় ওলিয়াই শুই লওক ৷ ভ্ৰমণৰ পৰা বিৰত থাকক ৷ আইনৰ লগত জড়িত কামত অলপ সাৱধান হওক ৷ পৈতিক সম্পত্তিৰ ক্ষেত্ৰত কাম অলপ দেৰি হ’ব ৷

বৃশ্চিক ৰাশি: নতুন কায্যক্ষেত্ৰ , বন্ধুৰ সংগ আৰু আনন্দৰে এই দিনটো পাৰ হ’ব ৷ সকলো মিলাই এটা পুৰ্ণ আনন্দদায়ক দিন ৷ আপুনি কৰা সকলো কামৰ শুভ ফল লাভ কৰিব আৰু যিয়ে আপোনাৰ মুখত হাহিঁ বিৰিঙাব ৷ ভাতৃ ভগ্নীৰ লগত আৰু আপোনাৰ সুভচিন্তক সকলৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ পাৰস্পৰিক বুজাপৰা আৰু সন্মানজনক সম্পৰ্কৰ উন্নতি হ’ব ৷ সৰু কিন্তু ভাললগা ভ্ৰমণত যাব পাৰে ৷ ধনৰ ফালৰ পৰা এটা শুবিধাজনক দিন ৷ প্ৰিয়জনৰ লগত আৰু সহযোগিৰ লগত আনন্দৰে সময় পাৰ কৰক ৷

ধনু ৰাশি: আপোনাৰ প্ৰিয়জনক আজি কৰবালৈ ফুৰিবলৈ নপঠিয়াব যিয়ে আপোনাক দিনটো চিন্তাত পেলাব ৷ পৰিয়ালৰ লোকৰ অসহযোগত অসন্তুষ্ট হৈ খঙ নকৰিব ৷ তেওঁলোকে কৰিবলৈ বিচৰা কাম তেওলোকক কৰিবলৈ দিয়ক ৷ চিন্তা নকৰিব ইয়াৰ ফল শুভ হ’ব ৷ শান্ত থাকক আৰু ঢৌৰ লগত উটি যাওক ৷ বিদেশত থকা বন্ধুৰ লগত কাম কৰিলে শুভ ফল লাভ কৰিব ৷

মকৰ ৰাশি: ভাবি চিন্তি পদক্ষেপ গ্ৰহণ কৰিব । আজি আপোনাৰ সৰুসুৰা দুৰ্ঘটনা হ’ব পাৰে । দীঘলীয়াকৈ এটা উশাহ লৈ মুখত হাঁহি বিৰিঙাই লওঁক, কাৰণ আজিৰ দিনটোত আপোনাৰ বাবে কিছু সুখকৰ ঘটনাই অপেক্ষা কৰি আছে । আপোনাৰ কাম স্বীকৃতি পাব আৰু যাৰ ফলত আপুনি অপ্ৰত্যাশিত পদোন্নতি লাভ কৰিব । কমপক্ষত আপুনি এয়া তো লক্ষ্য কৰিবই যে, আপোনাৰ সন্মান আৰু কৰ্মক্ষেত্ৰত আপোনাৰ মৰ্যাদা চকুত পৰাকৈ বৃদ্ধি পাই আছে । প্ৰিয়জন আৰু বন্ধুৰ সৈতে সাক্ষাৎ আপোনাক অধিক আনন্দ দিব । আজি আপুনি কিয় ইমান আনন্দত আছে বুলি সোধিলে কৈ দিয়ক । আজি আপোনাৰ বাবে দাম্পত্য আৰু মানসিক শান্তিৰ যোগ আছে ।

কুম্ভ ৰাশি: আপুনি নিজৰ শৰীৰক সুস্থ সবল ৰাখিবলৈ শৰীৰচৰ্চাত ভাগ লোৱাৰ পিছতো মাজতে এৰি দিছে সেয়া আকৌ আৰম্ভ কৰক । সতৰ্ক থাকক । আপুনি নিজৰ স্বাভাৱিক জীৱনযাত্ৰাক বহুত আগতেই বেয়া কৰি পেলাইছে, পিছলৈ আপুনি যদি অসুস্থ হ’ব নিবিচাৰে তেতিয়া হ’লে নিজৰ জীৱনযাত্ৰাক ঠিক কৰি লওঁক । মামলা-মোকৰ্দমাৰপৰা দূৰত থাকক, বা এইবোৰৰ দিন পিছুৱাই দিয়ক । ভালকৈ সকলো দিশ চালিজাৰি নোচোৱাকৈ ক’তো কোনো বিনিয়োগ নকৰিব । ব্যয়বৃদ্ধি হ’ব পাৰে আৰু পৰিয়ালৰ লোকৰ সৈতে সামান্য মতবিৰোধ হ’ব পাৰে ।

মীন ৰাশি: হঠাৎ ধনাগমণ হ’ব পাৰে ৷ লটাৰিত টকা পোৱাৰ সম্ভাৱনা আছে ৷ সন্তানৰ বিষয়ত ভাল খবৰ আহিব পাৰে ৷ পুৰণি আৰু ভাল বন্ধু লগ পাব ৷ নতুন ব্যৱসায়িক সংযোগ লাভজনক ৷ সামাজিক কাৰণত ভ্ৰমণ কৰিব লাগিব,যি বহুত আনন্দদায়ক হ’ব আৰু ব্যৱসায়িক ক্ষেত্ৰটো লাভজনক হ’ব ৷ যদিহে এনে ভ্ৰমণত নাযায় তেন্তে আপোনাৰ প্ৰিয়জনৰ লগত কৰবাত ফুৰিবলৈ যাওক ৷ ফুৰ্তি কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.