ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 7, 2021, 12:08 AM IST

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ সফলতা লাভ ৷ অৱশ্যে মানসিক অশান্তি হ’ব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ আনন্দ আৰু সুস্থিৰেৰে ড্ৰাইভ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকা সকলে সফলতা লাভ কৰিব ৷ শান্ত তথা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়ালৰ উপাসনাৰ সময়ত কেতিয়াও বাধা আহিবলৈ নিদিব ৷

মিথুন ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ দিনটো নাৰীৰ বাবে অতি উত্তম ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায়ত শুভ ৷ লক্ষ্যত সফল ৷

কৰ্কট ৰাশি : দিনটো ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্কতা অৱলম্বন কৰক ৷ অনাৱশ্যকীয় তৰ্ক এৰাই চলক ৷ সম্ভৱ হ’লে ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷ গ্ৰহৰ স্থান ভাল নহয়, মাংগলিক কাৰ্য কৰাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

কন্যা ৰাশি : নতুন ব্যৱসায় কৰিব পাৰে ৷ সফলতা লাভ ৷ অৱশ্যে এলাহ ভাব পৰিহাৰ কৰক ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নকৈ কাম আৰম্ভ কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা অধিক আমদানি হʼব ৷ আয় বৃদ্ধি ৷ প্ৰশংসা লাভ ৷ হানিকাৰক আলোচনা কৰাৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ সিদ্ধান্ত লওতে কিছু সতৰ্কতা অৱলম্বন কৰক ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰুকৈ ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ খানা ভাল হʼব ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থী সকলৰ বাবে সুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বৈবাহিক জীৱন আনন্দময় হʼব ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ কাৰ্ম-ব্যৱসায়ত শুভ ৷ পৰিয়ালৰ সৈতে দিনটো আনন্দময় হ’ব ৷ প্ৰেম শুভ ৷

মীন ৰাশি : প্ৰতিভাৰ সদ-ব্যৱহাৰ কৰক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.