ETV Bharat / bharat

Daily horoscope for 6th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 6, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-6th-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মনটো ইতিবাচক হ’ব ৷ গোটেই দিনটো নিজকে সতেজ অনুভৱ কৰিব ৷ লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুখৰ হ’ব ৷ সামাজিক আলোচনাত জড়িত হ’ব পাৰে ৷

বৃষ ৰাশি: সাৱধানে থাকক ৷ শৰীৰৰ যতন লওঁক ৷ দূৰ্বল চকুৰ বাবে চিন্তাত পৰিব পাৰে ৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ’ব পাৰে ৷ হাতত লোৱা কাম সম্পুৰ্ণ কৰাত বিফল হ’ব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

মিথুন ৰাশি: লাভজনক দিন ৷ বিবাহ প্ৰাৰ্থীসকলে জীৱন সংগী বিচাৰি পাব ৷ বন্ধুৰ লগত সময় কটাই ভাল লাগিব ৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে লাভৰ মূখ দেখিব আৰু উপাৰ্জন বৃদ্ধি হ’ব ৷

কৰ্কট ৰাশি: সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ সুখী হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ ভাল খবৰ পাব পাৰে ৷

সিংহ ৰাশি: দিনটো মধ্যম ৷ কিছুমান কথাই খং উঠাব ৷ বিদেশত থকা প্ৰিয়জনৰ পৰা খবৰ পাব ৷ বাধাবোৰ নেওচি কামত মন দিয়ক ৷ সন্তানৰ কিছুমান সমস্যাই মানসিকভাৱে চিন্তিত কৰি তুলিব ৷

কন্যা ৰাশি: নতুন কামৰ আৰম্ভণি নকৰাই ভাল ৷ ৰাস্তাৰ কাষৰ খোৱা বস্তুৰ দোকানৰ পৰা খাদ্য খোৱা বন্ধ কৰক নহ’লে বেমাৰত পৰিব ৷ খং দমন কৰক ৷ মানুহক বেয়া ব্যৱহাৰ কৰা বন্ধ কৰক ৷ পৰিয়ালৰ লগত হোৱা আলোচনাই মনত দুখ দিব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বেআইনি আৰু অনৈতিক কামকাজৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: এটা সৌভাগ্যশালী দিন ৷ সাংস্কৃতিক কামকাজত ব্যস্ততাৰে দিনটো পাৰ হ’ব ৷ নতুন কাপোৰ আৰু অলংকাৰ কিনাৰ যোগ আছে ৷ মানসিক আৰু শাৰিৰিকভাৱে সতেজ অনুভৱ কৰিব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব ৷

বৃশ্চিক ৰাশি: পাৰিবাৰিক জীৱন শান্তিপুৰ্ণ হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব ৷ কাৰ্যক্ষেত্ৰত সহযোগিতা লাভ কৰিব ৷ প্ৰতিযোগিতাত বিজয়ী হ’ব ৷ আধৰুৱা কাম সমাপ্ত কৰিব পাৰিব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা অলপ দিনৰ কাৰণে নকৰিব ৷ খাদ্য হজমত অসুবিধা হ’ব পাৰে ৷ সন্তানৰ শৰীৰ আৰু পৰিকল্পনাই দিনটো চিন্তাত পেলাব ৷ কামত অকৃতকাৰ্যতাই মনত ক্ৰিয়া কৰি থাকিব ৷ খঙক দমনৰ চেষ্টা কৰক আৰু আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ব্যস্ত ৰাখক ৷

মকৰ ৰাশি: এলাহ ভাৱৰ বাবে শৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিৰোধিতা হ’ব পাৰে ৷ বুকুৰ বিষ আৰু ৰাতি নিদ্ৰাহিনতাত ভূগিব পাৰে ৷ সামাজিক সন্মান হানি কৰিব ৷ পানীৰ পৰা সাৱধানে থাকক ৷

কুম্ভ ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ বন্ধুৰ লগত সময় কটাব পাৰিব ৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণত শুভ ৷

মীন ৰাশি: খঙৰ বাবে কৰোবাক কটু কথা শুনাব পাৰে ৷ শৰীৰৰ যতন লওঁক ৷ লেনদেনত সাৱধান হওক ৷ পৰিয়ালৰ লগত অলাগতিয়াল বিষয়ত তৰ্কা-তৰ্কিৰ পৰা আঁতৰি থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.