ETV Bharat / bharat

Daily Horoscope for 5th July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

author img

By

Published : Jul 5, 2022, 5:11 AM IST

Daily Horoscope for 5th July
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷ ভাগ্য ভাল ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ কৰ্মস্থলীত কৰ্তৃপক্ষৰ লগত লেনেদেন কৰোতে সাৱধান হ’ব ৷ খং নকৰিব ৷

বৃষ ৰাশি: কথা কওঁতে খঙক সংযম কৰি ৰাখক ৷ কোনো কথাত বিৰক্তি পাব ৷ শান্ত হৈ থাকিব ৷ পানীৰ পৰা আতঁৰত থাকক ৷ ভাগ্য ভাল হ’ব ৷

মিথুন ৰাশি: দিনটোত শান্ত হৈ থাকি আনন্দৰে পাৰ কৰক ৷ প্ৰেমত শুভ ৷ বিৰক্তি আৰু উত্তেজনাৰে দিনটো পাৰ হ’ব ৷ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব ৷ কোনো আইনী কামকাজ কৰাৰ আগতে ভাবি চাওক ৷ শান্ত হৈ থাকিব ৷ মানসিক ভাৰসাম্যৰ বাবে ধ্যান সাধনা কৰক ৷

কৰ্কট ৰাশি: শান্ত হৈ থাকিব ৷ আত্মীয়ৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ উৎসাহী হৈ কাম কৰিলে সফল হ’ব ৷

সিংহ ৰাশি: মনোযোগ আৰু দৃঢ়তাৰ দ্বাৰা সফল হ’ব ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব ৷ পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ ল’ব ৷ বিদেশত থকা আত্মীয় আৰু বন্ধুৰ লগত হোৱা সংযোগত আনন্দ লাভ কৰিব ৷ ভাল খবৰ অহাৰ সম্ভাৱনা আছে ৷ দিনটো আনন্দৰে কটাব ৷

কন্যা ৰাশি: দুৰ্বল হৈ নপৰিব ৷ বিবাদ বা কাজিয়াৰ পৰা আঁতৰত থাকিব ৷ কথা কোৱাৰ আগতে ভাবি চাওক ৷ কোনো কথাই প্ৰিয়জনক আঘাত কৰিব ৷ আৰ্থিক সংকট হ’ব পাৰে ৷ সুস্থ হৈ থাকিবলৈ ধ্যান কৰিব পাৰে ৷

তুলা ৰাশি: শান্ত হৈ থাকিব ৷ সামাজিক সম্পৰ্কৰ পৰা দূৰত থাকক ৷ নতুন কাম আৰম্ভ নকৰিব ৷ চিন্তাৰ পাক চক্ৰত পৰি মনোযোগ হেৰুৱাব পাৰে ৷ অত্যাধিকে চাপে শৰীৰত প্ৰতিবদ্ধতাৰ সৃষ্টি কৰিব পাৰে ৷ ব্যয় বৃদ্ধি ৷

বৃশ্চিক ৰাশি: অস্থাৱৰ সম্পত্তি যেনে মাটি আৰু সম্পত্তিৰ আদিৰ লেনদেনত সফল হ’ব ৷ চৰকাৰী কামত সফল হ’ব ৷ ঘৰুৱা পৰিবেশ শান্ত হৈ থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকক ৷

ধনু ৰাশি: শাৰীৰিকভাৱে দূৰ্বল আৰু অৱশ হৈ থাকিব ৷ পেচাদাৰী খ্যাতি বৃদ্ধি ৷ সম্পত্তি আৰু সম্পদৰ লেনদেনত সফল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷

মকৰ ৰাশি: আক্ৰমণাত্মক হৈ থাকিব ৷ শান্ত হৈ থাকক আৰু সৰ্তক হওঁক ৷ অপ্ৰত্যাশিত আৰ্থিক ব্যয় হ’ব পাৰে ৷ প্ৰিয়জন কোনো গুৰুত্বৰ অসুখ হোৱাৰ সম্ভাৱনা আছে ৷ বাহিৰা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৷ সন্মানত আঘাত সানিব পৰা কোনো কামত জড়িত নহ’ব ৷

কুম্ভ ৰাশি: ব্যৱসায়ীক সংগী আৰু গ্ৰাহকৰ লগত আনন্দমনে লেনদেন কৰিলে উপকৃত হ’ব ৷ সহকৰ্মীৰ লগত আলোচনা এৰাই চলক ৷ বাৰম্বাৰ প্ৰচেষ্টাৰ পিছতো সফল নহ’ব পাৰে ৷ ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ সংগীৰ সৈতে বিবাদৰ সম্ভাৱনা আছে ৷ শিক্ষাৰ্থীৰ অগ্ৰগতি লক্ষণীয় হ’ব ৷

মীন ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভালে হ’ব ৷ সংগীৰ লগত সৰু সৰু বিবাদ হ’ব পাৰে ৷ স্বাস্থ্য ভালে নাযাব ৷ পৰিকল্পনা অনুসৰি দৈনন্দিন কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.