ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 31, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

DAILY HOROSCOPE FOR 31ST AUGUST
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ । পৰিয়ালত বৰ্তি থকা আনন্দময় পৰিবেশে আপোনাৰ মন সুখী কৰি ৰাখিব । আনৰ সহায় লাভ কৰিব । সামাজিক ক্ষেত্ৰত আপুনি নাম আৰু যশ লাভ কৰিব । আপোনাৰ সংগীসকলৰ লগত আপোনাৰ সম্পৰ্ক শান্তিপূৰ্ণ হ'ব । পতি-পত্নীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব ।

বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক । আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে অল্প কঠিন হোৱাৰ সম্ভাৱনা । কোনো কথাই আপোনাক চিন্তাত পেলাব পাৰে ৷ পেট অসুখ আদিয়ে অশান্তিৰ সৃষ্টি কৰিব । মানসিকভাৱেও, চাপমুক্ত হ'ব । আপোনাৰ ভাল কৰ্মৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব । আপোনাৰ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ।

মিথুন ৰাশি: আপুনি আজি শক্তিহীন অনুভৱ কৰিব পাৰে । পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা । মাটি সম্পত্তি সম্পৰ্কীয় বিষয়ত অধিক সৰ্তক হৈ থাকক । অপ্ৰত্যাশিত ব্যয়ৰ সম্ভাৱনা । বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ।

কৰ্কট ৰাশি: কোনো কাম কৰাৰ পূৰ্বে ভালদৰে চিন্তা-চৰ্চা কৰিব । প্ৰিয়জনক লগ পাই আনন্দিত হ'ব । প্ৰেমিক যুগলৰ বাবে শুভ দিন । দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বাবে অলপ কঠিন হ'ব পাৰে । শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন ল'ব । মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ'ব পাৰে । আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ সম্ভাৱনা ।

সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য ঘটিব পাৰে । আৰ্থিক লাভৰ সম্ভাৱনা । ভাতৃৰ পৰা উপকৃত হ'ব । ভগৱানৰ আৰাধনা কৰক ৷

কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ'ব । যাত্ৰাৰ পৰা আনন্দ লাভ কৰিব । ব্যৱসায়িক ক্ষেত্ৰটো লাভাম্বিত হ'ব পাৰে । পৰিয়ালৰ পৰিবেশ উত্‍সাহজনক হ'ব । ধন উপাৰ্জনৰ কৰিব । বৈদেশিক ৰাষ্ট্ৰৰ সৈতে ব্যৱসায়িক লেনদেন সফল হ'ব । নিজৰ পছন্দৰ আহাৰ গ্ৰহণ কৰিব ।

তুলা ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । কথা কওতে নিৰীক্ষণ কৰি, আপুনি এটা শান্তিপূৰ্ণ পৰিবেশ বৰ্তাই ৰাখিব পাৰিব । আইনী সিদ্ধান্ত লওতে সৰ্তক হ'ব । ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা । শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । আৰ্থিকভাৱে লাভাম্বিত হ'ব ।

বৃশ্চিক ৰাশি: জীৱন সংগী বাচনি কৰিবৰ বাবে শুভ দিন । আয় বৃদ্ধি পাব । ব্যৱসায়ত উন্নতি ৷ বন্ধুবৰ্গৰ সৈতে সময় কটাব ৷ বন্ধুবৰ্গৰ সৈতে হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ।

ধনু ৰাশি: পৰিকল্পনাসমূহ কাৰ্যকৰীভাৱে সম্পন্ন কৰিব পাৰিব । ব্যৱসায়ত সফল হ'ব । কৰ্মস্থলীৰ পৰিবেশ উন্নত হ'ব । কঠোৰ পৰিশ্ৰমৰ ফলত কৰ্মস্থলীত পদোন্নতিৰ যোগ । পৰিয়াল-পৰিজন সুখী হ'ব । বন্ধুবৰ্গক লগ কৰি আনন্দ লাভ কৰিব । ভ্ৰমণৰ যোগ । আৰ্থিক লাভ । সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ।

মকৰ ৰাশি: বিদেশ ভ্ৰমণৰ ইচ্ছুকসকলে ভাল খবৰ লাভ কৰিব পাৰে । ধৰ্মীয় যাত্ৰাৰ মাজেৰে আপুনি ঐশ্বৰিক আনন্দ লাভ কৰিব । কৰ্মত উন্নতি ৷ ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামৰ বাবে সন্তুষ্ট হ'ব । আৰ্থিক লাভৰ লগতে, সন্মানো বৃদ্ধি পাব । পিতৃৰ দ্বাৰা উপকৃত হ'ব । পৰিয়ালৰ সৈতে বিবাদ বা কাজিয়াৰ সূত্ৰপাত ঘটিব পাৰে ।

কুম্ভ ৰাশি: কোনো নতুন কাম আৰম্ভ কৰিবৰ বাবে সঠিক সময় নহয় । সুস্থ হৈ থাকিবৰ বাবে খাদ্য তালিকাৰ প্ৰতি লক্ষ্য ৰাখক । কথা কওতে ভালদৰে ভাবি চিন্তি ক'ব ৷ স্বাস্থ্য ভালে থাকিব । ধৰ্মীয় কাৰ্য বা তীৰ্থযাত্ৰাত জড়িত হ'ব পাৰে । ভাতৃ-ভগ্নীৰ দ্বাৰা উপকৃত হ'ব । আৰ্থিক লাভৰ সম্ভাৱনা ।

মীন ৰাশি: ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যাব পাৰে । নতুন কাম আৰম্ভ নকৰিব । যাত্ৰা এৰাই চলক । ক্ৰোধ নিয়ন্ত্ৰণ কৰক । পৰিয়ালৰ কোনো লোকৰ সৈতে বিবাদত লিপ্ত হ'ব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.