মেষ ৰাশি: পুৰণি ইচ্ছা পূৰণ হ’ব পাৰে ৷ আয় বৃদ্ধি ৷ প্ৰেমত শুভ ৷ দিনটো প্ৰায় ভালে যাব ৷
বৃষ ৰাশি: যুক্তিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ভাগ্যৰ সৈতে যুঁজিব লাগিব ৷ কৰ্মত মনোযোগ দিব ৷ কোনো নিৰ্ণয় লোৱাৰ সময়ত চিন্তা কৰিব ৷ সিদ্ধান্ত লোৱাৰ সময়ত খেলিমেলি হ’ব পাৰে ৷
মিথুন ৰাশি: সফলতা লাভ কৰিব ৷ কৰ্মত মনোযোগ দিব ৷ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ লক্ষ্যত উপনীত হ’ব ৷ দিনটো প্ৰায় ভালে যাব ৷
কৰ্কট ৰাশি: লাভ বৃদ্ধি ৷ প্ৰশংসা লাভ কৰিব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ কৰ্ম জীৱনত সফলতা লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব ৷
সিংহ ৰাশি: অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ শুভ দিন ৷ সফলতা লাভ ৷ সক্ৰিয়তা অনুভৱ হʼব ৷ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ গ্ৰহ ভাল হয় ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷
কন্যা ৰাশি: অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷
তুলা ৰাশি: সন্তানৰ সফলতাৰ বাবে দিনটো আনন্দৰে পাৰ হ’ব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ আয় বৃদ্ধি হ’ব ৷ উপাৰ্জন বৃদ্ধি ৷
বৃশ্চিক ৰাশি: এলেহুৱা-নিৰুৎসাহিত হৈ নপৰিব ৷ খং-ৰাগে জীৱনত প্ৰভাৱান্বিত পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ সফলতা লাভ কৰিব ৷
ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷
মকৰ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে সফল হ’ব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ ব্যৱসায়-কর্মত মনোযোগ দিব ৷ লক্ষ্যত সফল হʼব ৷
কুম্ভ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ প্ৰেমত শুভ ৷
মীন ৰাশি: খৰচ বৃদ্ধি ৷ সুস্থিৰে খৰচ কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷