ETV Bharat / bharat

Daily horoscope for 28th September: আজিৰ দিনটোৰ ৰাশিফল - Know Your day with ETV Bharat Astrolog

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

daily-horoscope-for-28th-september-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Sep 28, 2022, 5:05 AM IST

মেষ ৰাশি: ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰা হ’ব ৷ ধনৰ আগমন আৰু ভ্ৰমণৰ যোগ আছে ৷ দক্ষতাৰ বাবে সন্মান জনোৱা হ’ব ৷ অনাহক আলোচনা আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশ সুন্দৰ হ’ব ৷ ধনাগমন আৰু ভৌতিক সফলতাই মনক আনন্দময় কৰি ৰাখিব৷ নতুন কামৰ পৰিকল্পনা কৰক, সফল হ’ব ৷ সিদ্ধান্ত সঠিক হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব ৷

মিথুন ৰাশি: দিনটো সিমান ভাল নহয় ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন আঁতৰত থাকক ৷ ব্যবসায়ত শুভ ৷ ভ্ৰমণৰ বাবে উত্তম সময় ৷

কৰ্কট ৰাশি: খঙাল হৈ থাকিব ৷ উদ্দিগ্নতা বৃদ্ধি কৰিব ৷ মানসিকভাৱে দুৰ্বল কৰি তুলিব ৷ নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ কাজিয়াৰ পৰা আঁতৰি থাকক ৷

সিংহ ৰাশি: শৰীৰ ভালে থাকিব ৷ বিশ্বাস, যোগ্যতা লাভ কৰিব ৷ কামৰ কৃতকাৰ্যতাত আনন্দ লাভ কৰিব ৷

কন্যা ৰাশি: শাৰীৰিকভাৱে সুখী হ’ব ৷ সফলতা লাভ ৷ ভ্ৰমণত শুভ ৷ ধনৰ আগমন হ’ব ৷

তুলা ৰাশি: কলা আৰু সাহিত্যৰ লগত জড়িত সকলৰ বাবে সুন্দৰ দিন ৷ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ বিশ্বাস বৃদ্ধি ৷ নিজৰ বাবে বস্তু ক্ৰয় কৰিব পাৰে ৷ সুন্দৰ পোছাক বা অলংকাৰ ক্ৰয় কৰিব পাৰিব ৷

বৃশ্চিক ৰাশি: আনৰ বিষয়ত সোমাই জুই জলাবলৈ চেষ্টা নকৰাই ভাল ৷ শান্ত থাকক ৷ প্ৰিয়জনৰ লগত তৰ্ক নকৰিব, ভুল বুজাবুজি হ’ব পাৰে ৷ কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ দিনটো আনন্দৰে কটাওক ৷

ধনু ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ শান্ত থাকিব ৷ বৈবাহিক জীৱন সুন্দৰ হ’ব ৷ ভ্ৰমণত শুভ ৷ আয় বৃদ্ধি ৷

মকৰ ৰাশি: ব্যৱসায়ত শুভ ৷ ভ্ৰমণত শুভ ৷ বন্ধু আৰু সমাজৰ পৰা লাভ পাব ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ পানী আৰু জুইৰ পৰা আঁতৰত থাকক ৷ সন্তানৰ পঢ়া শুনাৰ ওপৰত চকু ৰাখক ৷

কুম্ভ ৰাশি: গতানুগতিক দিন ৷ এলাহভাৱে অসুবিধাত পেলাব পাৰে ৷ ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ মানসিকভাৱে সবল হ’ব ৷

মীন ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধ্যানেৰে আৰম্ভ কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব ৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাৱধানে কথা পাতক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.