মেষ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ ভাল হʼব ৷
বৃষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত সফলতা ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷ দিনটো আনন্দময় হʼব ৷
মিথুন ৰাশি : বহু ব্যক্তি লগত সংযোগ হʼব ৷ পছন্দ কাৰ্যই আনন্দ দিব ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো মধ্যমীয়া ৷ এলাহ ভাব পৰিহাৰ কৰক ৷ নকৈ ব্যৱসায় কৰিলে সফল হʼব ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷
সিংহ ৰাশি : ব্যৱসায়ত শুভ ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷
কন্যা ৰাশি : কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ বন্ধু-বৰ্গৰ সৈতে দিন ভাল হʼব ৷
তুলা ৰাশি : পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ জীৱন ভাল বন্ধু লাভ হʼব ৷ স্বাস্থ্য অনুন্নত ৷
বৃশ্চিক ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাক ৷
ধনু ৰাশি : দিনটো শুভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আনন্দিত ফল লাভ ৷
মকৰ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰি সিদ্ধান্ত লওক ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ কৰ্ম-ব্যৱসায়ত ব্যস্ত থাকিব ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷
মীন ৰাশি : দিনটো মধ্যমীয়া ৷ পৰ চৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ পৰিশ্ৰমৰ ফল লাভ ৷ লক্ষত সফল ৷