ETV Bharat / bharat

Daily horoscope for 27th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 27, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-27th-october-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: নতুন পোছাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ ব্যয় বৃদ্ধি ৷ সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃষ ৰাশি: দিনটো ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ’ব ৷ সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব ৷ দিনটো আনন্দেৰে কটাব ৷ ভ্ৰমণত শুভ ৷

মিথুন ৰাশি: নতুন কামক স্থগিত কৰিব লগা প্ৰতিবন্ধকতাৰ সন্মূখীন হ’ব পাৰে ৷ সন্তানৰ বাবে চিন্তা হ’ব ৷ দিনটো শান্ত আৰু আৰামদায়ক হ’ব ৷ ঘৰুৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ হ’ব ৷

কৰ্কট ৰাশি: দিনটো বিৰক্তিদায়ক হ’ব ৷ এলেহুৱা হ’ব ৷ মনক নিয়ন্ত্ৰণ কৰক ৷ যাত্ৰাৰ পৰিকল্পনা সলনি কৰক ৷ মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক ৷ নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে ৷

সিংহ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো শুভ ৷ বিনিয়োগৰ বাবেও উপযুক্ত সময় ৷ হতাশাত ভূগিব পাৰে ৷ মাতৃৰ শৰীৰ ভাল নহ’ব ৷ ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আজিৰ দিনটো নলব ৷ সতৰ্ক হৈ থাকক ৷

কন্যা ৰাশি: মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ; দিনটো শান্তিৰে পাৰ হৈ যাব দিয়ক ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ কষ্টোপাৰ্জিত ধনৰ বিনিয়োগ কৰিব পাৰে ৷

তুলা ৰাশি: সন্তুলিত আৰু মনোযোগী হ’ব৷ দিনটো আনন্দৰে অনুভৱ কৰিব ৷ নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক; অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে ৷ কামত অহংকাৰ নকৰিব ৷

বৃশ্চিক ৰাশি: দিনটো ইতিবাচক হ’ব ৷ নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক ৷ আইনী কামকাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব ৷ চিনেমা বা খেলাধূলাৰ দৰে বিনোদনশীল কাৰ্যত ব্যয় হ’ব পাৰে ৷

ধনু ৰাশি: আশীৰ্বাদৰ বৃষ্টি হ’ব; দিনটো লাভপূৰ্ণ হ’ব ৷ আয় বা লাভ বৃদ্ধি হৈ আৰ্থিক ভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ অত্যাধিক ব্যয় নকৰিব ৷ সামাজিক অনুষ্ঠান আৰু যোগাযোগত নিজকে সক্ৰিয়ভাৱে অধিকৃত কৰি ৰাখক; নিশ্চিতভাৱে উজ্জ্বলিব ৷ মানুহৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব ৷ গাড়ী চলাওঁতে সতৰ্ক হওক ৷ ট্ৰেফিক নিয়ম ভংগ নকৰিব; দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: সম্পত্তি বিষয়ক লেনদেন কৰিব পাৰে৷ কৰ্মস্থলীত কাম কৰিলে সফল হ’ব ৷ পদোন্নতিৰ সুযোগ পাব পাৰে ৷

কুম্ভ ৰাশি: পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে ৷ কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক ৷ ঘৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব ৷

মীন ৰাশি: নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক ৷ কৰ্মস্থলীত সতৰ্ক হওক ৷ সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.