ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 26, 2021, 12:01 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ প্ৰেমৰ সম্পৰ্কত মনোযোগ দিয়ক ৷ আবেগৰ বশৱৰ্তী নহ’ব ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত পদোন্নতি হোৱাৰ সম্ভাৱনা ৷

সিংহ ৰাশি : দিনটো শুভ ৷ ধৈৰ্যৰে কৰ্ম সম্পাদন কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ সন্তানৰ সফলতাই আনন্দ দিব ৷ কৰ্ম ঠিকে কৰিবলৈ পৰিশ্ৰম কৰক ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফলে আনন্দ দিব ৷

তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্মত পদোন্নতি লাভ ৷ প্ৰশংসা লাভ ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ পৰিশ্ৰমৰ ফল লাভ ৷

ধনু ৰাশি : দিনটো কিছু মিশ্ৰিত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভত কিছু পলম হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ কৰ্মক ঠিকে ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ কর্মব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ স্বাস্থ্য উন্নত ৷ সন্ধিয়া সময়খিনি আপোনজনৰ সৈতে কটাব ৷

মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্ম জীৱনত সুফল লাভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.