মেষ ৰাশি : পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হ’ব পাৰে ৷ কাৰ্যৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ খৰচৰ বৃদ্ধি ৷
বৃষ ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ ভাগ্য ভাল যদিও দিনটো খেলি-মেলি হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ যিকোনো ডাঙৰ সিদ্ধান্ত নল’ব ৷ ভুল হোৱাৰ সম্ভাৱনা অধিক ৷
মিথুন ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত উপনীত হ’বলৈ যথেষ্ট পৰিশ্ৰম কৰা উচিত ৷
কৰ্কট ৰাশি : দিনটো নাৰীৰ বাবে সৌভাগ্যময় হʼব ৷ যিকোনো কামত সম্পত্তিৰ আৰু ঘৰৰ পৰা লাভৱান হʼব ৷ প্ৰশংসা লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ কৰ্ম জীৱনত আনন্দময় ৷ ব্যৱসায়ত সফল, লাভাৰ্জন ৷
সিংহ ৰাশি : নতুন বিষয় অধ্যয়নৰ প্ৰতি ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব ৷ পৰিশ্ৰমেৰে ভাল লক্ষ্যত সফল হʼব ৷ গ্ৰহৰ স্থান ভাল ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ অপৰিচিত লোকৰ পৰা আঁতৰত থাকক ৷ বিদেশী বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক গঢ়ি উঠিব পাৰে ৷ সেয়েহে সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ৷
তুলা ৰাশি : সন্তানৰ সফলতাই আনন্দ দিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ ক্ষেত্ৰত অধিক আমদানি হʼব ৷ আয় বৃদ্ধি ৷
বৃশ্চিক ৰাশি : সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওকাণ কৰক ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ সন্ধিয়া সময়টো প্ৰায় ভাল হʼব ৷
ধনু ৰাশি : ব্যৱসায় কৰিলে সফল হ’ব ৷ ব্যৱসায়ৰ খাতিৰত দেশৰ বাহিৰত যাব পাৰে ৷ উত্তম ৰূপে কথোপকথন কৰাৰ আৱশ্যক, সফল হʼব ৷ উচিত সময়ত উচিত কার্য কৰক ৷
মকৰ ৰাশি : অধ্যয়নৰ কাৰ্যভাৰ বৃদ্ধি ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লওক ৷ অৱশ্যে ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷
কুম্ভ ৰাশি : কঠোৰ কাৰ্য অতি সহজতে কৰিব পাৰিব ৷ সফল হ’ব ৷ বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন হʼব ৷ দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ চেষ্টা কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
মীন ৰাশি : দিনটো শুভ ৷ খৰচ বৃদ্ধি ৷