ETV Bharat / bharat

Daily Horoscope for 22nd June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 22, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

Daily Horoscope for 22nd June
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ লাভ হʼব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ নতুন পৰিকল্পনাৰে ঘৰটো সজাব পাৰে ৷

বৃষ ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ ভাগ্য ভাল ৷

মিথুন ৰাশি: আৱেগিক হৈ পৰিব ৷ সফল হʼব ৷ ধৈৰ্যশীল আৰু সহনশীল হ’ব ৷ নতুন পৰিকল্পনাৰে ঘৰটো সজাব পাৰে ৷ দিনটো প্ৰায় ভাল ৷

কৰ্কট ৰাশি: পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তি দুৰ হ’ব ৷

সিংহ ৰাশি: খৰচ বৃদ্ধি ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷ ভাগ্য ভাল হʼব ৷ নতুন কাম আৰম্ভ নকৰাই ভাল ৷

কন্যা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল হʼব ৷ সফল হʼব ৷

তুলা ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে দিনটো আনন্দৰে পাৰ হ’ব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷

বৃশ্চিক ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷

ধনু ৰাশি: মানসিক শান্তি লাভ কৰিব আৰু সামাজিক সন্মান বৃদ্ধি হ’ব ৷ ঘৰৰ পৰিৱেশ ভুল বুজাবুজি আৰু অমনোযোগিতাৰ বাবে বেয়া হৈ পৰিব ৷ সম্পতিৰ বিষয়ত আইনী কামত অলপ সময় লাগিব ৷ আশা নেহেৰুৱাব ৷ এলেহুৱা হৈ পৰিব ৷

মকৰ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো প্ৰায় সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব ৷ খৰচ বৃদ্ধি ৷

কুম্ভ ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ সফল হʼব ৷ দিনটো খেলিমেলিৰে পাৰ হʼব ৷

মীন ৰাশি: ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.