ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 22, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-22nd-august
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ আৰ্থিক দিশত মধ্যম ৷ নেতিবাচক চিন্তাৰপৰা দূৰত থাকক ৷ দম্পত্তিয়ে বিবাদ এৰাই চলক ৷

বৃষ ৰাশি: দিনটো শুভ ৷ সৃজনশীল আৰু উদ্ভাৱনীমূলক চিন্তাৰ বিকাশ । কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব ৷ প্ৰত্যেক মুহূৰ্তক উপভোগ কৰিব ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

মিথুন ৰাশি: দিনটো শুভ ৷ উৎফুল্লিত মন ৷ স্বাস্থ্য ভালে থাকিব ৷ প্ৰেয়সীৰ সৈতে সময় কটাব ৷ নতুন পোচাক পৰিধান কৰিব ৷ প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে ৷ আৰ্থিক দিশত শুভ । সমৃদ্ধশালী দিন । ব্যয় বৃদ্ধি ৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: দিনটো মধ্যমীয় ৷ আজি আপুনি উদ্বিগ্ন হৈ থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ় সিদ্ধান্ত লোৱাটো বৰ জটিল যেন লাগিছে । স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে ৷ মানসিক চাপ বৃদ্ধি । বিবাদতো লিপ্ত হ'ব পাৰে ৷ সাৱধান থাকক ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ নতুনকৈ কোনো কাম আৰম্ভ নকৰিব ৷ ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ বন্ধুৰ সৈতে সময় কটাব ৷ ধন আৰু ব্যৱসায়িক ক্ষেত্ৰত সৌভাগ্যশালী ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো সৌভাগ্যশালী দিন ৷ ভাগ্যৰ উদয় হ'ব । গুৰুত্বপূৰ্ণ কাম কৰিবৰ পাৰে আজিৰ দিনটো শুভ । পদোন্নতি যোগ ৷ সন্মান অৰ্জন ৷ স্বাস্থ্য ভালে থাকিব। পাৰিবাৰিক, দাম্পত্য জীৱনত শুভ ।

তুলা ৰাশি: আজিৰ দিনটো মধ্যমীয়া । সৃজনশীল, সাহিত্যিকৰ বাবে দিনটো শুভ । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব ৷ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন ৷ আপুনি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ । আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷

বৃশ্চিক ৰাশি: ব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ জ্ঞানলাভ হ’ব আৰু ভাৱধাৰাৰ আদান প্ৰদানো হ’ব পাৰে ৷ দাম্পত্য জীৱনত সুখ লাভ কৰিব ৷ সামাজিক ক্ৰিয়াকলাপত প্ৰশংসিত হ’ব ৷

ধনু ৰাশি: কাম কৰাৰ নামত অ’ত ত’ত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব ৷ আঁকোৰগোজ হৈ থাকিলে একো লাভ নহ’ব ৷ অলপ নমনীয় হওঁক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ সফলতা লাভ কৰিব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত ল’ব পাৰে ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব ৷ দিনটো লেখকসকলৰ কাৰণে ভাল ৷ নিজৰ কথা বা আচৰণেৰে মনত আঘাত দিব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: অত্যাধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে ৷ কথা কওঁতে সচেতন হওক ৷ অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মূখীন হ’ব ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ মানসিক চিন্তাত ভূগিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.