ETV Bharat / bharat

Daily Horoscope For 20th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 20, 2023, 5:15 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 20th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি হয়তো আপুনি প্ৰচণ্ড আৱেগিক হৈ থাকিব । দুঃচিন্তাত ভুগিব পাৰে । সৰুসুৰা ভ্ৰমণৰ সম্ভাৱনা হয় । জীৱনসংগীৰ স্বাস্থ্যও আপোনাৰ চিন্তাৰ কাৰণ হ’ব পাৰে । আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ ক্ষতি কৰিব পৰা পৰিস্থিতিৰপৰা দূৰত থাকক । নতুন কিবা কাম কৰিবলগীয়া থাকিলে সেয়া বেলেগ দিনা কৰক ।

বৃষ ৰাশি: ভাল ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব । স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । বাহিৰৰ খাদ্য বৰ্জন কৰক । কৰ্মত মনোনিবেশ কৰিব পাৰিব ৷

মিথুন ৰাশি: আজি আপুনি মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: আপুনি ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটাব পাৰে । সুন্দৰ ঠাইত ফুৰিব যাব পাৰে । আজি আপুনি সকলো কামত সফল হ’ব । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্যবৃদ্ধি হ'ব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আজিৰ দিনটোত সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব । ধনদেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব আৰু আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ আজি বহুত ভাল সময় যাব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।

তুলা ৰাশি: নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰপৰা দূৰত থাকক । পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে । শান্ত থাকক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আপুনি বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব । বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । আপনি আপোনাৰ বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: এটা সাধাৰণ দিন । সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি: আজি কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে কঢ়িয়াই লৈ আহিছে বহু সুখ আৰু আৰাম । আজি আপুনি নিজৰ জীৱনটোক উপভোগ কৰাৰ নামত ব্যস্ত, অতি ব্যস্ত হৈ থাকিব । শিল্পী আৰু লেখকসকলে আজি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব । আজি আপুনি প্ৰিয়জনৰ সৈতে সময় কটাব । বনভোজনত যোৱাৰ পৰিকল্পনা কৰিব পাৰে । আপোনাৰ সামাজিক জীৱনৰ উন্নতি লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.