ETV Bharat / bharat

Daily Horoscope For 19th January: আজিৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 19TH JANUARY 2023
দিনটোৰ ৰাশিফল
author img

By

Published : Jan 19, 2023, 5:06 AM IST

মেষৰাশি: আপোনাৰ পদক্ষেপৰ প্ৰতি লক্ষ্য দিয়ক । অবৈধ বা অনৈতিক কামৰ পৰা আঁতৰি থাকক । কৰ্মস্থলীত পৰিৱেশ অলপ অনুপযুক্ত যেন অনুভৱ হ’ব পাৰে ৷ আপোনাৰ জ্যেষ্ঠসকলে আপোনাৰ সিদ্ধান্তক সমৰ্থন নকৰিবও পাৰে । আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ কৰাত পলম হ’ব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো অন্য দিনলৈ পিছুৱাই দিয়ক । আপুনি আপোনাৰ সন্তানৰ লগত কোনো পাৰ্থক্যৰ সন্মূখীন হ’ব পাৰে, যি সোনকালেই সমাধান হোৱাৰ সম্ভাৱনা আছে । এটা সৰু আঘাতে ডাঙৰ ক্ষতি কৰিব পাৰে । পথৰ দাঁতিৰ আহাৰ গ্ৰহণ নকৰিব, পাচন তন্ত্ৰৰ সমস্যা হ’ব পাৰে ।

বৃষৰাশি: চুটিৰ দিনৰ মনোভাৱত থাকিব । আপোনাৰ বাবে বস্তু ক্ৰয় কৰাৰ দিন; বন্ধুক লগ কৰক আৰু পোছাক তথা অলংকাৰ ক্ৰয় কৰক । প্ৰিয় আহাৰ গ্ৰহণ কৰক । বিয়লি কোনো সামাজিক অনুষ্ঠানত আকৰ্ষণীয় লোকক লগ পোৱাৰ সম্ভাৱনা আছে ৷ তেওঁলোকৰ লগত কথা পাতি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব পাৰে । আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, সাধাৰণ স্বাস্থ্য সমস্যাকো অৱহেলা নকৰিব ।

মিথুনৰাশি: আজি আপুনি আনন্দময় আৰু প্ৰফুল্লিত হৈ থাকিব । আপুনি উত্‍সাহিত হ’ব আৰু আপোনাৰ চৌপাশত ইতিবাচক শক্তি দেখা পোৱা যাব । কাম সফলতাৰে সম্পূৰ্ণ কৰিব । কৰ্মস্থলীত আপোনাৰ অবদানৰ বাবে আপুনি মান্যতা প্ৰাপ্তি কৰিব আৰু ই আপোনাৰ মন অধিক উত্‍ফুল্লিত কৰিব পাৰে । আৰ্থিক লাভৰ সম্ভাৱনা আছে । বন্ধুবৰ্গৰ লগত সন্ধিয়া কটাওক ।

ককৰ্টৰাশি: এটা সুন্দৰ দিন । উত্‍ফুল্লিত আৰু আনন্দিত মনক অধিক উন্নত কৰি তুলিব । আৰ্থিক উ‍ৎসৰ হিচাপ কৰা আৰু ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে সুন্দৰ দিন । একাগ্ৰতা, দৃঢ়তা আৰু আত্ম-বিশ্বাসে আপোনাক আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব । অসম্পূৰ্ণ কামসমূহৰ সোনকালেই অন্ত পৰিব আৰু আপোনাৰ অধীনস্থসকলক সহায়ৰ বাবে ধন্যবাদ জনাওক । পেচাদাৰীসকলৰ উপৰিও শিক্ষাৰ্থীসকলো লাভাম্বিত হ’ব । পৰিয়ালৰ লগত অতীতৰ সুন্দৰ দিন ৰোমন্থন কৰি সন্ধিয়া কটাওক ।

সিংহৰাশি: ‘এয়াও পাৰ হৈ যাব’ এইটো হ’ব আপোনাৰ আজিৰ দিনটোৰ মন্ত্ৰ । আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে । মাতৃৰ স্বাস্থ্যৰ চিন্তা আৰু ব্যয় সম্পৰ্কে উদ্বিগ্ন হৈ থাকিব পাৰে । পেচাদাৰীসকলে প্ৰদান কৰা পৰিশ্ৰম অনুসৰি অন্তিম পৰিণাম লাভ কৰিব । একেই শিক্ষাৰ্থীসকলৰ লগতো প্ৰয়োগ হব, অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকে সহজ অনুভৱ কৰিব । নতুন কাম আৰম্ভ কৰিবলৈ আৰু নিবেশ কৰিবৰ বাবে উপযুক্ত সময় নহয় ।

কন্যাৰাশি: ভৌতিক বিষয় আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব । মা লক্ষ্মীৰ আপোনাৰ ওপৰত আশীৰ্বাদ বৰষিব; অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । তথাপিও আপোনাৰ গ্ৰহসমূহ, নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ পক্ষত নাই; ই আপোনাক বিৰক্ত কৰিব পাৰে । লগতে আপোনাৰ স্থায়ী সম্পত্তি আৰু সম্পদৰ ক্ষেত্ৰত কোনো কাগজৰ কাম থাকিলে তাক আন দিনালৈ পৰিৱৰ্তন কৰক । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক । ধ্যান কৰক; ভাল অনুভৱ কৰিব আৰু মন প্ৰফুল্লিত হ’ব ।

তুলাৰাশি: আজি ৰাতিপুৱা অলস আৰু নিৰস ৰূপে সাৰ পাব পাৰে । সম্ভৱত স্বাস্থ্য আপোনাৰ পক্ষত নাই আৰু আপুনি দুৰ্বল অনুভৱ কৰে । পৰিয়ালৰ লোকৰ লগত কথা পাতোতে আপোনাৰ সীমাৰ প্ৰতি লক্ষ্য ৰাখক; পৰিস্থিতিক বেয়া যাবলৈ নিদিব । ধৰ্মীয় কাৰ্য্য, ৰীতি-নীতিৰ বাবে ধন ব্যয় কৰিব পাৰে । ‘কিছু হেৰুৱাব, কিছু পাব’, অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । নিয়োজিত কাম সময়মতে সমাপ্ত কৰিব পাৰিব আৰু আপোনাৰ ভাগ্যৰ ৰেখাডাল ঊৰ্ধগ্ৰামী হ’ব । বন্ধুৰ লগত আনন্দ কৰা আৰু ৰোমাঞ্চকৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

বৃশ্চিকৰাশি: ইতিবাচক শক্তিয়ে আপোনাক বেৰি ৰাখিব । শাৰীৰিক আৰু মানসিক স্থিতি সৰ্বশ্ৰেষ্ট হৈ থাকিব । আপোনাৰ মনৰ পৰিৱৰ্তনৰ বাবে ঘৰৰ শান্তিপূৰ্ণ পৰিৱেশ নষ্ট নকৰিব । সকলো মিলি পৰিস্থিতি যথেষ্ট উত্‍সাহিত হৈ থাকিব সেয়ে আপোনাৰ মনক নিয়ন্ত্ৰণ কৰক আৰু কোনো টান কথা কোৱাৰ পৰা বিৰত থাকক । সহজে লগ নোপোৱা বন্ধুবৰ্গক লগ কৰক । দিনটোৰ পিছৰ ভাগ অলপ কঠিন হ’ব পাৰে; শিক্ষাৰ্থীৰ বাবে অধ্যয়নত বাধাৰ সম্ভাৱনা আছে । ধৰ্মীয় কাৰ্য্যত ব্যয় কৰিব পাৰে ।

ধনুৰাশি: এটা সাধাৰণ দিন । দিনটোৰ প্ৰথমভাগে চাপ কঢ়িয়াই আনিব আৰু আপোনাৰ স্বাস্থ্যও ঠিকে নাথাকিব পাৰে । ঘৰতো কোনো বিবাদ বা কাজিয়াৰ অভিজ্ঞতা হ’ব ৷ যদি আপুনি পৰিপক্ক ৰূপে কাম কৰে সেয়া এৰাই চলিব পাৰিব । যদি কোনো চাৰ্জাৰি বা অপাৰেচন আছে তেতিয়াহ’লে পিছুৱাই দিয়ক, তাৰ বাবে উপযুক্ত সময় নহয় । তথাপিও সময়ৰ পৰিৱৰ্তন সোনকালেই হ’ব, দিনটোৰ পিছবেলা পৰিস্থিতি উন্নত হ’ব । পৰিয়ালৰ লোকৰ লগত সময় কটাওক । কোনো পুৰণা বন্ধুক লগ পাব পাৰে; অতীতৰ দিন ৰোমন্থন কৰক ।

মকৰৰাশি: দিনটো ফলপ্ৰসূ হ’ব । আৰ্থিক, পেচাদাৰী আৰু সামাজিক ক্ষেত্ৰত নাম আৰু খ্যাতি অৰ্জন কৰিব । তথাপিও, দিনটোৰ পিছৰ ভাগত আপুনি সাৱধানতা অবলম্বন কৰা উচিত । স্বাস্থ্যৰ বাবে সাধাৰণ দিন হ’ব । আইনী কামকাজত সতৰ্কতা লওক । আপুনি আজি দুৰ্ঘটনা প্ৰৱল হৈ আছে; সাৱধানেৰে গাড়ী চলাওক । এটা ব্যস্ত তথা চাপযুক্ত দিনৰ পিছত আপুনি বিলাসী নৈশ্যভোজ বা চিনেমা চাই কটাব পাৰে ।

কুম্ভৰাশি: প্ৰত্যাশিত আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত আপুনি সুন্দৰ প্ৰদৰ্শন কৰিছে ৷ আপোনাৰ প্ৰচেষ্টাত জ্যেষ্ঠসকল সুখী আৰু সন্তুষ্ট । আপোনাক পদোন্নতি প্ৰদান কৰিব পাৰে । তাৰোপৰি কৰ্মস্থলীত সাম্ভাব্যৰূপত উপকৃত হোৱাৰ সম্ভাৱনা আছে । দিনটোৰ ব্যস্ততাক আঁতৰাবৰ বাবে সাঁতুৰক বা ফুৰিবলৈ যাওক ।

মীনৰাশি: ৰাতিপুৱাৰ সময়খিনি পেচাদাৰ বা ব্যৱসায়ীসকলৰ বাবে লাভজনক নহবও পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠ বা প্ৰতিদ্বন্দীৰ লগত উত্তপ্ত তৰ্ক বা বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । কামৰ বাবে দীঘলীয়া ভ্ৰমণত যাব লগা হ’ব পাৰে। তথাপিও অলপ বাধাৰ পিছত কৰ্মস্থলীৰ পৰিৱেশ উন্নত হ’ব; আপোনাৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । ব্যক্তিগতভাৱে, আপোনাৰ সন্তানৰ প্ৰগতি আৰু অৰ্জনসমূহে আপোনাক সুখী আৰু সন্তুষ্ট কৰিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.