ETV Bharat / bharat

Daily horoscope for 18th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 18, 2022, 5:30 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-18th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ আৰ্থিক লাভ হ’ব ৷ সামাজিকভাৱে খ্যাতি আৰু মৰ্য্যদা বৃদ্ধি পাব ৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷ বিবাহৰ বাবে উপযু্ক্ত সময় ৷ স্বাস্থ্যজনিত সমস্যা হ’ব ৷ সন্ধিয়া পৰিয়ালৰ লগত মত বিৰোধ হ’ব পাৰে ৷

বৃষ ৰাশি: ব্যৱসায়ৰ বাবে এটা সুন্দৰ দিন ৷ কৰ্মস্থলীত প্ৰশংসা লাভ ৷ নাম, যশ আৰু সামাজিক মান্যতা অৰ্জন কৰিব ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা অছে ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে সঠিক সময় ৷

মিথুন ৰাশি: ব্যয় বৃদ্ধি ৷ ঘৰৰ পৰিবেশ শান্ত হৈ থাকিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: সাৱধানতা অবলম্বন কৰক ৷ অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক, বংশৰ নাম নষ্ট কৰিব পাৰে ৷ কঠোৰ শব্দ প্ৰয়োগ কৰাৰ আগতে ভাবি চাওক; আনক আহত কৰিব পাৰে ৷ কৰ্মস্থলীত হতাশাত ভূগিব পাৰে ৷ প্ৰতিদ্বন্দীৰ লগত বিবাদ বৃদ্ধি পাব; কৰ্মস্থলীত কাজিয়া কৰাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি: দিনটো আনন্দৰে কটাব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷ ভ্ৰমণত শুভ ৷ ক্লান্ত হৈ পৰিব ৷ ধনৰ অভাৱ হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি: ব্যৱসায়িক ক্ষেত্ৰত সফল হ’ব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো বন্ধু আৰ পৰিয়াল বৰ্গৰ সৈতে উদযাপন কৰিব পাৰে ৷ আবেগৰ দ্বাৰা পৰিচালিত নহ’ব ৷

তুলা ৰাশি: বিতৰ্কত অংশ গ্ৰহণ কৰিব পাৰে ৷ সৃজনশীল লিখা-মেলাৰ প্ৰতি আগ্ৰহ জন্মিব ৷ ঘৰৰ পৰিৱেশ প্ৰফুল্লিত থাকিব । প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: অনমনীয় হৈ থাকিলে আঘাত পাব পাৰে ৷ ভাবুকতাক অলপ কম কৰক, উদ্বিগ্নতা আৰু মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে ৷ চিন্তাধাৰা ভাল হ’ব পাৰে ৷ নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ ব্যয় বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা বাদ দিয়ক ৷

ধনু ৰাশি: দিনটো ভালদৰে আৰম্ভ হব যদিও অলপ বেয়াধৰণেৰে অন্ত পৰিব পাৰে ৷ মন, শৰীৰ আৰু আত্মা সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণাধীন থাকিব ৷ সফল হ’ব ৷ সৰ্তকতা অৱলম্বন কৰিব ৷ সম্পৰ্কত ভূলবুজা বুজি হোৱাৰ সম্ভাৱনা আছে ৷ শিক্ষাৰ্থীৰ বাবে শুভ ৷

মকৰ ৰাশি: কথা কওঁতে সাৱধান হ’ব । পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত সাম্ভাব্য কোনো বিবাদক সফলতাৰে সমাধান পাৰিব ৷ চিন্তা আৰু উদ্বেগৰ পৰা মন মুক্ত হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ ব্যয় বৃদ্ধি ৷

কুম্ভ ৰাশি: মনৰ আধ্যাত্মিকতাই দিনটো অতি সন্তুষ্টি জনক আৰু সুখী কৰি তুলিব পাৰে ৷ নেতিবাচকতাক দূৰত ৰাখক ৷ ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ খৰচ বৃদ্ধি ৷ আৰ্থিক বিশৃঙ্খলতা হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব ৷

মীন ৰাশি: ইতিবাচক চিন্তাই সফল হোৱাত সহায় কৰিব ৷ ধ্যান সাধনা আৰু যোগাসন কৰক ৷ পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে ৷ মানসিক স্থিতিয়ে আনন্দিত আৰু সন্তুষ্ট কৰিব ৷ বন্ধু বৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ ঘৰত সুখী পৰিৱেশ বৰ্তি থাকিব । ব্যয় সীমিত কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.