ETV Bharat / bharat

Daily horoscope for 17th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 17, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

Daily horoscope for 17th September 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো শান্তিৰে পাৰ হ’ব ৷ কথা কওঁতে সাৱধান হওক নহ’লে কথাই আপোনজনক আঘাত দিব ৷ অদৰকাৰি বস্তু ক্ৰয় কৰি খৰচ নবঢ়াব ৷

বৃষ ৰাশি: ধনৰ আগমন হ’ব ৷ লক্ষ্মীদেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ টকাৰ লেনদেন আৰু ধন আগমনৰ বাট মুকলি হ’ব ৷ মন ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মিথুন ৰাশি: ব্যায়াম কৰা আৰম্ভ কৰক ৷ খং আৰু তিতা মাত কথাই ভুল বুজাবুজিৰ সৃষ্টি কৰিব ৷ ধ্যান কৰক, সুখ অনুভৱ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ চকুৰ অসুখত ভূগিব পাৰে ৷ আয়তকৈ ব্যয়ৰ মাত্ৰা বৃদ্ধি হ’ব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ গাড়ী সাৱধানে চলাব ৷

কৰ্কট ৰাশি: কৰ্মদক্ষতাই ভাল ফল ভোগ কৰাত সহায় কৰিব ৷ বন্ধুৰ লগত দিনটো সুন্দৰভাৱে উপভোগ কৰিব ৷ হঠাৎ ধনাগমনৰ বাট মুকলি হ’ব ৷ দিঘলীয়া ভ্ৰমণত যাব পাৰে ৷ সফল হ’ব ৷

সিংহ ৰাশি: কৰ্মদক্ষতাই কামত সফল হোৱাত সহায় কৰিব ৷ প্ৰসংশা লাভ কৰিব ৷ পিতৃৰ লগত সম্পৰ্কৰ উন্নতি হ’ব ৷ সম্পত্তি কিনাৰ বাবে সুন্দৰ সময় ৷ শুভ দিন ৷ ভ্ৰমণত শুভ ৷

কন্যা ৰাশি: বেমাৰীভাৱে সমগ্ৰ দিনটো দুৰ্বল কৰি তুলিব ৷ সন্তানৰ শৰীৰৰ চিন্তাই মনটো অশান্ত কৰি ৰাখিব ৷ উদ্দিগ্নতা বৃদ্ধি হ’ব ৷ কাৰ্যক্ষমতা হ্ৰাস পাব ৷

তুলা ৰাশি: সাৱধানে থাকিব ৷ কাজিয়া, তৰ্ক, খঙৰে সমগ্ৰ দিন পাৰ হ’ব ৷ শৰীৰ ভালে নাথাকিব ৷ শান্ত হৈ থাকক আৰু প্ৰতি খোজতে সাৱধান হওক ৷ মনটোক স্থিৰ কৰি ৰাখিব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ পুৰণি বন্ধুক লগ পাব ৷ সন্মান লাভ কৰিব ৷ ভ্ৰমণত শুভ ৷ কাৰ্যক্ষমতা হ্ৰাস পাব ৷

ধনু ৰাশি: মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে থাকিব ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুবিধাজনক হ’ব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মকৰ ৰাশি: এলাহ আৰু দুৰ্বল অনুভব কৰিব ৷ মানসিক কাৰণত ক্ষমতা হ্ৰাস হ’ব ৷ কামৰ ক্ষেত্ৰত বচৰ পৰা কটু কথা শুনিব লগা হ’ব পাৰে ৷ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক ৷

কুম্ভ ৰাশি: এটা মধ্যমীয়া দিন৷ বেয়া চিন্তাবোৰ আঁতৰাই পেলাওক, এইবোৰে শৰীৰ আৰু পৰিয়ালৰ অশান্তিৰ সৃষ্টি কৰিব ৷ সামাজিকভাৱে সন্মান হানি হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰত শুভ দিন৷ সফল হ’ব ৷

মীন ৰাশি: ভাগ্য ভাল ৷ দক্ষতা দেখুওৱাত সফল হ’ব ৷ সু চিন্তা আৰু কৰ্মদক্ষতাৰে কামত সফল হওঁক ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.