ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 17, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-17th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: শুভ দিন ৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বহুত ভাল ৷ উদ্যমী হৈ থাকিব ৷ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক ৷ সৌভাগ্যৱান হ’ব ৷

বৃষ ৰাশি: কোনো গুৰুত্বপূৰ্ণ বিষয়ত কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো কথাই প্ৰিয়জনৰ মনত দুখ দিব ৷ পৰিয়ালৰ মাজত সংঘাত হ’ব পাৰে ৷ কথাবোৰ অলপ ভালকৈ চিন্তা কৰি ল’ব ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে শুভ দিন ৷ ব্যৱসায়-বাণিজ্যত ৰাজহ বৃদ্ধি হ’ব ৷ বিনিয়োগ আদিৰ পৰা অত্যধিক লভ্যাংশ পাব ৷ বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব ৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ৷ পদোন্নতি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে ৷ বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ৷

কৰ্কট ৰাশি: গ্ৰহ অনুকূল অৱস্থানত বিৰাজ কৰি আছে ৷ শুভ দিন ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে যে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই চলিব ৷ চিন্তাধাৰা উন্নত হ’ব ৷ অনুকূল গ্ৰহৰ প্ৰভাৱত সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ৷

সিংহ ৰাশি: প্ৰতাশিত ফল লাভ কৰিব ৷ ধৈৰ্য ধৰি থাকক ৷ দিনটো এলেহুৱা আৰু গোমা হ’ব ৷ অত্যধিক চিন্তাত থাকিব ৷ শৰীৰ ভালে নাযাব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷ কোনোবাৰ কথাত খং উঠিলেও সেয়া প্ৰকাশ নকৰিব ৷ তৰ্ক-বিতৰ্ক কৰা মানুহৰ পৰা দূৰত থাকক ৷ তৰ্কালোচনা যিমানেই আকৰ্ষণীয় আৰু উত্তেজক নালাগক কিয়, এইবোৰত লিপ্ত হোৱাটো ভাল নহ’ব ৷ এইবোৰৰপৰা দূৰত থাকক ৷

কন্যা ৰাশি: ব্যয় বৃদ্ধি হ’ব ৷ পৰিস্থিতি হতাশাজনক হ’ব ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ প্ৰেমত শুভ ৷ শুভ দিন ৷

তুলা ৰাশি: প্ৰেমত শুভ ৷ প্ৰিয়জনৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবে শুভ সময় ৷ সামাজিক মান বৃদ্ধি পাব ৷ অভাৱনীয় সৌভাগ্য লাভ হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: গ্ৰহৰ অৱস্থান ভাল ৷ সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব ৷ পিতৃ-মাতৃৰপৰা উৎসাহজনক সংবাদ পাব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ পৰি থকা কামবোৰ অতি সহজতে সম্পন্ন কৰিব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷

ধনু ৰাশি: অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে ৷ খোৱা লোৱা সম্বন্ধে সতৰ্ক থাকক ৷ হজম সম্বন্ধীয় অসুখ হোৱাৰ সম্ভাৱনা আছে ৷ উদ্বেগত ভুগিব পাৰে ৷ সফল হ’বলৈ বিলম্ব হ’ব ৷ সন্তানক লৈ দুশ্চিন্তা হ’ব ৷ আজৰি সময়ত কিতাপ পঢ়া বা সৃজনশীল কামত অংশগ্ৰহণ কৰক ৷

মকৰ ৰাশি: এলেহুৱা হ’ব ৷ দিনটো নিস্তেজ আৰু নিশকতীয়া অনুভৱ কৰি থাকিব ৷ কোনো কামত বাধা আহিব পাৰে ৷ যাৰ ফলত কোনো কামত ভালকৈ আগবঢ়ি যাব নোৱাৰিব ৷ কোনো কামত মনোযোগো দিব নোৱাৰিব ৷ দিনটো বহু সমস্যা ভুগিব ৷ ধৈৰ্য ধৰি থাকক আৰু সতৰ্ক থাকক ৷ তৰ্ক বিতৰ্ক হ’ব পাৰে ৷ কোনো কথাকলৈ গৰ্ব কৰিব পাৰে ৷ কোনো তুচ্ছ বিষয়ক লৈ আলোচনা অহেতুক সংঘাতৰ সৃষ্টি কৰিব পাৰে ৷ অপমানিত বোধ কৰিব ৷ সাৱধানে থাকক ৷

কুম্ভ ৰাশি: নেতিবাচক চিন্তা মনৰপৰা আঁতৰি যাব ৷ দিনটো আনন্দদায়ক হৈ উঠিব ৷ হাঁহি-ফুৰ্তিৰে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সুস্বাস্থ্য হৈ থাকিব ৷ ভাই বা ভনী বা কোনো ঘনিষ্ঠ বন্ধু ঘৰলৈ আহিব পাৰে ৷

মীন ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ গ্ৰহৰ অৱস্থান সামান্য উন্নত হৈছে ৷ বাহিৰত খাবলৈ নাযাব ৷ স্বাস্থ্যকৰ খাদ্য ৰান্ধক ৷ শাৰীৰিকভাৱে সুস্থ থাকক ৷ মানসিকভাৱে স্বাস্থ্যৰ উন্নত হ’ব ৷ বিতৰ্কিত কথা বতৰাত অংশ নল’ব ৷ ক্ৰোধ পৰা দূৰত থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.