ETV Bharat / bharat

Daily horoscope for 17th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 17, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-17th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গ্ৰহৰ প্ৰভাৱত দিনটো ভালে থাকিব ৷ খৰচ বৃদ্ধি ৷ সন্তানৰ পৰা লাভ কৰা সুখবৰে উৎফুল্লিত কৰি তুলিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে ৷ লাভ বৃদ্ধি ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে ভাল দিন ৷ উন্নতি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷

মিথুন ৰাশি: এলাহ অনুভব কৰিব ৷ বেমাৰে চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰখিব ৷ পেটৰ অসুখত ভুগিব পাৰে ৷ টকাৰ নাতনিয়ে চিন্তাত পেলাব ৷ অদৰকাৰী চিন্তাৰ পৰা আঁতৰত থাকিব ৷

কৰ্কট ৰাশি: শান্ত হৈ থাকক ৷ নতুন ব্যবসায় আৰম্ভণি নকৰিব ৷ মানসিক অশান্তি লাভ কৰিব ৷ ধৈয্য ধৰক ৷ অনৈতিক কাৰ্য কৰাৰ পৰা আঁতৰত থাকিব ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: গ্ৰহৰ প্ৰভাৱত দিনটো খেলিমেলিৰ সৃষ্টি কৰিব ৷ সাৱধান হওঁক, কোনোবাই ঠগিব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷ জ্ঞানবৰ্ধক আলোচনাত ভাগ ল’লে লাভ বৃদ্ধি হ’ব ৷ চিন্তামুক্ত হৈ থাকিব ৷

কন্যা ৰাশি: গ্ৰহ ভাল ৷ লাভজনক হ’ব ৷ ধন লাভ ৷ কামত সকলোৰে সহযোগিতা লাভ ৷ আহিব লগা ভাল খবৰে আনন্দিত কৰি তুলিব ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি: চিন্তা মুক্ত হৈ থাকি নিজক অলপ সতেজ কৰক ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ ভালদৰে কামত মনোনিৱেশ কৰক ৷

বৃশ্চিক ৰাশি: পানীৰ পৰা আঁতৰত থাকক ৷ কাম কৰা শক্তি হ্ৰাস হ’ব ৷ মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব ৷ টকা আৰু সন্মান হানি হ’ব পাৰে ৷ কাগজত চহী কৰাৰ আগতে দুবাৰ পৰীক্ষা কৰক ৷

ধনু ৰাশি: নতুন বস্তু পঢ়াবলৈ আগ্ৰহ জন্মিব ৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মকৰ ৰাশি: লাভ বৃদ্ধি ৷ প্ৰিয়জনৰ পৰা আঘাত পাব পাৰে ৷ লক্ষ্মী মাঁৰ কৃপা দৃষ্টি লাভ কৰিব ৷ কামত সফল হ’ব ৷ পঢ়া শুনা কৰা সকলৰ বাবে বৰ ভাল সময় নহয় ৷ শৰীৰ ভালে নাথাকিব ৷ অনাৱশ্যকীয় চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক ৷

কুম্ভ ৰাশি: ভাগ্যই সৌভাগ্য কঢ়িয়াই আনিব ৷ বেয়া ভাব মনলৈ আহিবলৈ নিদিব ৷ ব্যবসায়ৰ উন্নতিয়ে ধনৰ লাভ কৰাত সহায় কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷

মীন ৰাশি: আইনী কামত সাৱধান হওক ৷ অদৰকাৰি আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক ৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাৰ ফলত মনটোৱে অশান্তি লাভ কৰিব ৷ সকলো ক্ষেত্ৰতে চকু আৰু কাণ খোলা ৰাখক ৷ খৰচ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.