ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 15, 2021, 12:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ গাড়ী চলাওতে সাৱধানতা অৱলম্বন কৰক ৷ সৌন্দৰ্যচৰ্চাত মনোযোগ দিয়ক ৷ খৰচ বৃদ্ধি ৷

বৃষ ৰাশি : দিনটো শুভ ৷ মানসিক অশান্তি দূৰ হ’ব ৷ প্ৰেমত শুভ ৷ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় নকৰিব ৷

মিথুন ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা ৷ যাত্ৰা বাতিল কৰক ৷ বন্ধুৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা

কৰ্কট ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ যোগাভ্যাস কৰক ৷ সুফল লাভ ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি : দিনটো শুভ ৷ সহোদৰৰ সৈতে সম্পৰ্ক উন্নত ৷ ভ্ৰমণৰ যোগ ৷

কন্যা ৰাশি : যুক্তিৰে সকলো কথা বিচাৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰক ৷ লক্ষ্যত সফল ৷ বন্ধুৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷

তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ সৃজনশীল কৰ্মত নিজকে জড়িত কৰক ৷ খৰচ বৃদ্ধি ৷

বৃশ্চিক ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ বন্ধুৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা ৷ স্বাস্থ্যৰ অৱনতি ৷ দূৰ ভ্ৰমণ বাতিল কৰক ৷

ধনু ৰাশি : ব্যৱসায়ত শুভ ৷ আমদানি-ৰপ্তানিত সফল ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰক ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো শুভ ৷ কৰ্মজীৱনত পদোন্নতি লাভ ৷ প্ৰশংসা লাভ ৷ লক্ষ্যত সফল ৷

কুম্ভ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ খৰচ বৃদ্ধি ৷

মীন ৰাশি : সৎ কৰ্মৰ উত্তম ফল লাভ ৷ দিনটো শুভ ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ দিনটো শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.