ETV Bharat / bharat

Daily Horoscope for 12th June: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

author img

By

Published : Jun 12, 2022, 5:10 AM IST

daily-horoscope-for-12th-june
Daily Horoscope for 12th June: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো ভাল হ’ব ৷ লক্ষ্যত সফল হʼব ৷ ভাগ্য ভাল হʼব ৷ সতৰ্ক থাকিব ৷ বিপদত পৰা সুৰক্ষিত ৰাখিব ৷ আবেলি প্ৰায় ভাল হʼব ৷

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ’ব ৷ ব্যৱসায়ীক দিশত লাভ বৃদ্ধি ৷ সহকৰ্মীৰ পৰা সহায় পাব ৷ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে ৷

মিথুন ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ প্ৰশংসা লাভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ আবেলি আপোনাৰ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ পৰা সহায় পাব ৷

সিংহ ৰাশি: খৰচ বৃদ্ধি ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷ পইচা জমা কৰক ৷ ভাগ্য ভাল ৷ দিনটো প্ৰায় হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দময় হʼব ৷

কন্যা ৰাশি: কথা কওঁতে সাৱধান হ’ব ৷ দিনটো শান্তিৰে পাৰ হৈ যাব ৷ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ স্বাস্থ্য ভালে যাব ৷ আজৰি সময়ত বৌদ্ধিক চৰ্চা কৰিব পাৰে ৷ কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন ৷

তুলা ৰাশি: কৰ্মত মনোযোগ দিব ৷ পুৱা খোজকাঢ়িবলৈ গ’লে অধিক সক্ৰিয় অনুভৱ কৰিব ৷ ব্যয় বৃদ্ধি ৷ অপ্ৰয়োজনীয় বস্তুত ব্যয় নকৰিব ৷ পৰিয়ালৰ লগত থকা বিবাদ হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ টকা-পইচা নিশ্চিত হʼব ৷ দৰমহা ভাল হʼব ৷ লক্ষ্যত উপনীত হ’ব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ ধন উপাৰ্জন কৰিব ৷

ধনু ৰাশি: লাভ বৃদ্ধি ৷ আয় বৃদ্ধি হ’ব, ফলত আৰ্থিক ভাৱে উপকৃত হ’ব ৷ অত্যাধিক ব্যয় নকৰিব ৷ সামাজিক অনুষ্ঠানত উপস্থিত থাকিলে মন ভালে থাকিব ৷ মানুহৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে শান্ত আৰু ধৈৰ্যশীল হ’ব ৷ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে ৷ গাড়ী চলাওঁতে সতৰ্ক হওঁক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ নিৰ্ণয় লোৱাত সফল হʼব ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ৷

কুম্ভ ৰাশি: পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অবলম্বন কৰিব লগা হ’ব পাৰে ৷ কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক; ই উপকৃত কৰিব ৷ কৰ্মস্থলীত শান্ত হৈ থাকিব ৷ শান্তিপূৰ্ণ পৰিৱেশে আনন্দিত আৰু উৎসাহিত কৰিব ৷ প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে ৷ ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ৷

মীন ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি পাব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক প্ৰভাৱান্বিত কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.